Breaking

ৰঙিয়াৰ এখন মোবাইল দোকানত ২ দুৰ্বৃত্তই লুটি নিলে ৩ লক্ষাধিক টকাৰ মোবাইল ফোন…

0 41

ৰঙিয়াৰ এখন মোবাইল দোকানত ২ দুৰ্বৃত্তৰ লুটপাট। হিন্দী চিনেমাৰ কায়দাৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ মোবাইল ফোন।

ডিজিটেল ৱৰ্ল্ড মোবাইল দোকানত লুটপাট চলালে গ্ৰাহকৰূপী দুৰ্বৃত্তই।

CC কেমেৰাত বন্দী হৈছে ঘটনাৰ সমগ্ৰ দৃশ্য। ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল স্বত্বাধিকাৰীৰ।

Leave A Reply

Your email address will not be published.