Breaking

নভ’টেল হোটেলত নিউ লিডাৰ সন্মিলনত উত্তৰ -পূবলৈ সম্প্ৰসাৰণৰ লগতে প্ৰথমটো মেড ইন ইণ্ডিয়া সামগ্ৰীৰ ছেট মুকলিৰ কথা ঘোষণা মডেৰ ইণ্ডিয়াৰ…

0 19

নভ’টেল হোটেলত নিউ লিডাৰ সন্মিলনত উত্তৰ- পূবলৈ সম্প্ৰসাৰণৰ লগতে প্ৰথমটো মেড ইন ইণ্ডিয়া সামগ্ৰীৰ ছেট মুকলিৰ কথা ঘোষণা মডেৰ ইণ্ডিয়াৰ

বজাৰত নিজৰ উল্লেখযোগ্য সম্প্ৰসাৰণ পৰিকল্পনা আৰু দায়বদ্ধতাৰ কথা ঘোষণা কৰিছে। ৩০ বছৰতকৈও অধিক সময় ধৰি পৰিষ্কাৰ, ফলপ্রসূ আৰু উদ্ভাৱনীমূলক সামগ্রী নির্মাণ প্রতি নিষ্ঠা থকা রেও মডেৰৰ বিশ্বব্যাপী উপস্থিতিৰ লগতে ভাৰতক নতুন সংযোজন হিচাপে লৈ মডেৰ ইণ্ডিয়াই দেশৰ স্বাস্থ্য আৰু ৱেলনেছ উদ্যোগত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সাজু হৈছে।

মডেৰ ইণ্ডিয়াৰ বিক্ৰী আৰু বিপণন সঞ্চালিকা দীপশিখা বৰাই কয় যে নিজৰ সম্প্রদায় সম্প্ৰসাৰণ, জড়িতকৰণ আৰু সবলীকৰণৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে মতে ইণ্ডিয়াই গুৱাহাটীৰ নভোটেলত দ্বিতীয়বাৰৰ বাবে নতুন লীডাৰ সম্মিলন আয়োন কৰিছে।

এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক সৱলীকৰণ আৰু স্বাস্থ্য সচেতন ব্যক্তিৰ এক শক্তিশালী সম্প্রদায় গঢ়ি তোলাৰ লক্ষ্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসহ জনসাধাৰণৰ মাজত মডেৰৰ সামগ্ৰীসমূহ মুকলি কৰা হৈছে। ই মডেৰৰ বাবে উল্লেখযোগ্য পদক্ষেপ, কিয়নো ইয়াৰ লক্ষ্য হৈছে উত্তৰ-পূব লোকসকলৰ ফিটে লক্ষ্যসমূহক সমর্থন কৰা, যাতে তেওঁলোকে মডেৰৰ লাইভ ক্লিন সামগ্ৰীসমূহ লাভ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.