Breaking

মোদী ৩.০ঃ মন্ত্ৰীসভাত কোনে কোনে পালে স্থান, মন্ত্ৰীসভাত নাই এজনো মুছলমান প্ৰতিনিধি…

0 30

মোদীৰ মন্ত্ৰীসভাত স্থান পালে গুজৰাটৰ অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ ৰাজনাথ সিং, মহাৰাষ্ট্ৰৰ নীতিন গাডকাৰী, তামিলনাডুৰ নিৰ্মলা সীতাৰমণ, গুজৰাটৰ মনসুখ মাণ্ডব্য, ওড়িশা অশ্বিনী বৈষ্ণৱ, মহাৰাষ্ট্ৰৰ পীয়ুষ গোৱেল। জম্মু-কাশ্মীৰৰ জীতেন্দ্ৰ সিং, অসমৰ সৰ্বানন্দ সোণোৱাল। মধ্য প্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়া, অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজু , মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান। তামিলনাডুৰ কে আন্নামলাই, হাৰিয়ানাৰ মনোহৰ লাল খট্টৰ, ৰাজস্থানৰ অৰ্জুন ৰাম মেঘৱাল, কৰ্ণাটকৰ প্ৰহ্লাদ যোশী। মহাৰাষ্ট্ৰৰ ৰক্ষা খডসে। দিল্লীৰ কমলজিত সহৰাৱট। হাৰিয়ানাৰ ৰাও ইন্দ্ৰজিৎ সিং।

কেৰালাৰ সুৰেশ গোপী। তেলেংগানাৰ জি কিষাণ ৰেড্ডী, পঞ্জাৱৰ হৰদ্বীপ সিং পুৰী। বিহাৰৰ গিৰিৰাজ সিং। তেলেংগানাৰ বান্দী সঞ্জয় কুমাৰ, কৰ্ণাটকৰ এইচ ডি কুমাৰাস্বামী। বিহাৰৰ চিৰাগ পাছোৱান, উত্তৰ প্ৰদেশৰ জয়ন্ত চৌধুৰী, বিহাৰৰ ৰাম নাথ ঠাকুৰ। বিহাৰৰ লালন সিং। ঝাৰখণ্ডৰ চন্দ্ৰ প্ৰকাশ চৌধুৰী, অন্ধ্ৰ প্ৰদেশৰ চন্দ্ৰ শেখৰ পেমাছানী, অন্ধ্ৰ প্ৰদেশৰ কিঞ্জাৰাপু ৰাম মোহন নাইডু। মহাৰাষ্ট্ৰৰ প্ৰতাপ ৰাও যাদৱ, মহাৰাষ্ট্ৰৰ ৰামদাস আঠৱালে। বিহাৰৰ জীতন ৰাম মাঝি, হিমাচলৰ জে পি নড্ডা, দিল্লীৰ এছ জয়শংকৰ, অসমৰ পৱিত্ৰ মাৰ্ঘেৰিটাই। উল্লেখ্য যে মোদীৰ মন্ত্ৰীসভাত নাই এগৰাকীও মুছলমান প্ৰতিনিধি।দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰলৈ কেবিনেট মন্ত্ৰীত নাই এজনো মুছলমানলোক।

Leave A Reply

Your email address will not be published.