ইণ্ডিয়া-ভাৰত বিষয়ত মন্ত্ৰীসকলক মুখ নুখুলিবলৈ আহ্বান মোদীৰ…

ইণ্ডিয়া-ভাৰত বিষয়ত মন্ত্ৰীসকলক মুখ নুখুলিবলৈ আহ্বান মোদীৰ।

কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ সৈতে বৈঠক সম্বোধন কৰি শাসকীয় পক্ষৰ মন্ত্ৰীসকলক ইণ্ডিয়া-ভাৰত বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ ।

ভাৰত নামৰ ব্যৱহাৰৰ ক্ষেত্ৰত সংবিধান মতেহে আগবাঢ়িব বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ।

Related Articles