Breaking

মহম্মদ ইউনুছ হ’ব বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা…

0 22

মহম্মদ ইউনুছ হ’ব বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা৷ ন’বেল বঁটা বিজয়ী ইউনুছৰ সৈতে আন্দোলনৰ সমন্বয়ক নাহিদ ইছলামৰ বাৰ্তালাপ৷

দেশৰ শেহতীয়া পৰিস্থিতি অনুধাৱন কৰি দায়িত্ব ল’বলৈ সন্মতি প্ৰদান ইউনুছৰ৷ বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে ভংগ কৰিলে সংসদ৷

দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কৰিলে এই ঘোষণা৷

Leave A Reply

Your email address will not be published.