Breaking

মৰিগাঁও মহাবিদ্যালয়ৰ সাংবাদিকতা, গণসংযোগ বিষয়ৰ অতিথি অধ্যাপক পদত নিৰ্বাচিত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন…

0 105

মৰিগাঁও মহাবিদ্যালয়ৰ সাংবাদিকতা, গণসংযোগ বিষয়ৰ অতিথি অধ্যাপক পদত নিৰ্বাচিত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন।

নতুন দৈনিক, দ্য চেণ্টিনেল, আমাৰ অসম, দূৰদৰ্শন, আকাশবাণী, PTI, Assam Tribune কাকতৰ বাহিৰেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ লগত জড়িত। তেখেতে অসম চৰকাৰৰ পৰাও সন্মান লাভ কৰাৰ লগতে JAFAৰ পৰাওঁ স্বীকৃতি লাভ কৰিবলৈ সক্ষম। ইয়াৰ উপৰিও তেওঁ মৰিগাঁৱৰ বহুকেইটা সংগঠনৰ সৈতে জড়িত। এনে এজন জ্যেষ্ঠ সাংবাদিক মৰিগাঁও মহাবিদ্যালয়ৰ সাংবাদিকতা, গণসংযোগ বিষয়ৰ অতিথি অধ্যাপক পদৰ বাবে নিৰ্বাচিত হয়।

Leave A Reply

Your email address will not be published.