ৰঙিয়াত সাংসদ দিলীপ শইকীয়াৰ মহাজনসম্পৰ্ক অভিযান…

ৰঙিয়াত সাংসদ দিলীপ শইকীয়াৰ মহাজনসম্পৰ্ক অভিযান ।

বিজেপি দলে ৰাজ্যজুৰি পঞ্চায়ত আৰু লোকসভা নিৰ্বচনৰ কুচকাৱাজ আৰম্ভ কৰিছে ইতিমধ্যে ।

বিভিন্ন উন্নয়ন মুলক কামকাজৰ খতিয়ান লৈ ৰঙিয়াত ৰাইজৰ ওচৰত সাংসদ দিলীপ শইকিয়া ।

সাংসদ দিলীপ শইকিয়াই ৰঙিয়াৰ কেবাগৰাকী জ্যেষ্ঠ ব্যক্তিৰ ঘৰলৈ গৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উন্নয়ন মুলক কামকাজ খতিয়ান দাঙি ধৰে আৰু ৰাইজৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰে ।

লগতে সাংসদ শইকিয়াই ৰাইজৰ লগত মত বিনিময় কৰি চৰকাৰৰ ওপৰত থকা ক্ষোভ আৰু অভিযোগ বুজ লয় ।

Related Articles