MP Kangana Ranaut: চন্দ্ৰত দাগ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নাইঃ কংগনা ৰাণাৱট

হিমাচল মধ্যপ্ৰদেশৰ বজাৰত ভাষণ দি কংগনা ৰানাৱটে কংগ্ৰেছৰ নেতাগক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।(MP Kangana Ranaut)

বিজেপি সাংসদ কংগনা ৰানাৱতে কয় যে আমি বিজেপি আৰু আৰএছএছৰ মতাদৰ্শই সনাতন, জাতীয়তাবাদ, অনুসৰণ কৰে। ২০১৪ চনৰ আগতে বহুত কেলেংকাৰী হৈছিল – ২জি কেলেংকাৰী, কয়লা কেলেংকাৰী, খাদ্য কেলেংকাৰী। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এটাও কেলেংকাৰীৰ দাগ নাই। চন্দ্ৰত দাগ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নাই। এইদৰে কয় বিজেপি সাংসদগৰাকীয়ে।

Related Articles