নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ”Mr and Miss কাৰেং অসম” season 3 অনুষ্ঠিত…

নাজিৰাত Mr and Miss কাৰেং অসম season 3 অনুষ্ঠিত

নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নাজিৰা এম . চি . ক্লাৱৰ প্ৰেক্ষাগৃহত Mr. And Miss কাৰেং অসম season 3 শীৰ্ষক মডেলিং প্ৰতিযোগিতাখনি আড়ম্বৰ পূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যায়।

অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰো কেইবাগৰাকী মডেলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ মুকিবুৰ ৰহমানৰ তত্বাৱধানত আয়োজিত এই ইভেন্টত অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

Related Articles