Breaking

সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান…

0 50

সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান।

কেন্সাৰ ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীতজ্ঞ পুষ্পৰঞ্জন দে।

মৃত্যুৰ সময়ত সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ বয়স আছিল ৭৯ বছৰ।

আজি নিজা বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে সংগীতজ্ঞগৰাকীয়ে।

Leave A Reply

Your email address will not be published.