Breaking

Muslim Marriage and Divorce Compulsory Registration Bill, 2024″অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪” কি আছে এই বিধেয়কত

0 29

Muslim Marriage and Divorce Compulsory Registration Bill, 2024″অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪” কি আছে এই বিধেয়কত

এতিয়াৰ পৰা চৰকাৰীভাৱে বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব আৰু ছোৱালীৰ বাবে ১৮ বছৰ তথা ল’ৰাৰ বাবে ২১ বছৰৰ বিবাহৰ আইনী বয়স উলংঘন কৰিব নোৱাৰিব।

এই আইনে কিশোৰী গৰ্ভধাৰণৰ বিৰুদ্ধে এক কঠোৰ প্ৰতিৰোধক হিচাপে কাম কৰিব

এই আইনে কন্যা সন্তানৰ সামগ্ৰিক বিকাশ সুনিশ্চিত কৰাত বিশেষ ভূমিকা গ্রহণ কৰিব।

Leave A Reply

Your email address will not be published.