Breaking

বাংলাদেশৰ অস্থিৰতাৰ বাবে ভাৰতত মুছলমানৰ প্ৰৱেশ বৃদ্ধি পাইছে : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

0 14

‘বাংলাদেশৰ অস্থিৰতাৰ বাবে ভাৰতত মুছলমানৰ প্ৰৱেশ বৃদ্ধি পাইছে’।

অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ চিন্তিত মুখ্যমন্ত্ৰী। অবৈধ প্ৰব্ৰজনৰ ফলত হোৱা অসমৰ জনগাঁথনি পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিবলৈ শীঘ্ৰেই শ্বেতপত্ৰ মুকলি কৰিব চৰকাৰে ।

এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.