Breaking

যোৰহাটত অবিনাশ দত্তৰ নামৰ যুৱকৰ ৰহস্যজনক মৃত্যু…

0 24

যোৰহাটত যুৱকৰ ৰহস্যজনক মৃত্যু। মৃত যুৱকজন যোৰহাট চেঙেলীআটিৰ অবিনাশ দত্ত। দেওবাৰে দুৰ্ঘটনাত পতিত হোৱা বুলি ভৰ্তি কৰোৱা হৈছিল JMCHত।

ৰহস্যজনকভাৱে যুৱকজনৰ বাইকখন উদ্ধাৰ কৰা হৈছিল JMCHৰ পাৰ্কিঙত। ক’ত দুৰ্ঘটনা হ’ল সেই সন্দৰ্ভত তথ্য নাই আৰক্ষী, পৰিয়ালৰ হাতত। মটৰ চাইকেলত নাই দুৰ্ঘটনা সংঘটিত হোৱাৰ কোনো চিন।

JMCHত ভৰ্তি কৰা লোকজনৰো কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে। ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ পৰিয়ালৰ লোকৰ। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যোৰহাট আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.