Breaking

অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ নগাঁৱত চাঞ্চল্য ! বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়…

0 25

অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ নগাঁৱত চাঞ্চল্য। হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। বগৰীগুৰি-ৰাইডঙীয়া সংযোগী পথৰ কাষতে উদ্ধাৰ মৃতদেহটো।

পথচাৰীয়ে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত উপস্থিত জাজৰি আৰক্ষী। বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়।

দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ।

Leave A Reply

Your email address will not be published.