Breaking

নকল টকা বনোৱা মেচিনসহ দম্পতীক আটক নগাঁৱৰ কচুৱা আৰক্ষীৰ…

0 123

নগাঁৱৰ কচুৱা শিমুলুগুৰিত আৰক্ষীৰ অভিযান ৷ অভিযানত নকল টকা বনোৱা মেচিনসহ নাগালেণ্ডৰ দম্পতীৰ লগতে আন দুজনক আটক ৷ নকল টকাৰ বাণ্ডিল বিক্ৰী কৰিবলৈ ওলোৱাৰ সময়তে চাৰিজনক আটক কৰে আৰক্ষীয়ে ৷ আটক ইদ্ৰিছ আলী উইখান এ শিমৰায়(মণিপুৰ) মিছ ভিচেনো(নাগালেণ্ড) আৰু আনোৱাৰ হুছেইন(টেম্পু চালক, কামপুৰ) ধৃত লোক কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা নকল টকা বনোৱা মেচিন, এটা নকল টকাৰ বাণ্ডিল, তিনিটা মোবাইল হেণ্ডছেট ৷

৯ খন পাঁচশ টকাৰ নোট আৰু দলটোৱে ব্যৱহাৰ কৰা AS21C 4119 নম্বৰৰ এখন টেম্পু ৷ বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Leave A Reply

Your email address will not be published.