২০২৪-২৫ বৰ্ষৰ ‘নলবাৰী বৈভৱ বঁটা’ বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীলৈ৷(Nalbari Baibhav Award)

২৭ সংখ্যক বৃহত্তৰ উত্তৰ পশ্চিম নলবাৰী বসন্ত উৎসৱ ২০২৫ বৰ্ষৰ বাবে নলবাৰী বৈভৱ বঁটা ২০২৪-২৫ বৰ্ষৰ বাবে নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীক অহা ১৯ ব’হাগৰ ৩ মে’ত সৰিয়হতলী বালভৱন হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বসন্ত উৎসৱত এই বঁটা প্ৰদান কৰা হ’ব।