ৰঙালী বিহুক লৈ নলবাৰীৰ জাপি শিল্পীৰ ব্যাপক প্ৰস্তুতি

অসমীয়াৰ স্বাভিমান জাপি নিৰ্মাণত ব্যস্ত নলবাৰীৰ কেইখনমান গাঁওৰ।প্ৰায় ৫০/৬০ বছৰমানৰ আগৰ পৰাই জাপি নিৰ্মান কৰি জীৱন আৰু জীৱিকা চলাই আহিছে নলবাৰীৰ তেৰেছিয়া, মুগকুচি, দিঘেলি সূতাৰকুছি আদি গাঁৱৰ একাংশ লোকে । অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও আমেৰিকা, জাপান আদিলৈও ৰপ্তানি কৰা হয় এই জাপি।

কিন্তু বৰ্তমান চৰকাৰৰ সু-দৃষ্টিৰ অভাৱত মৃত্যুমুখলৈ গতি কৰিছে অসমৰ স্বাভিমান এই জাপি উদ্যোগ।।

Related Articles