Breaking

গোলাঘাটৰ নিশামণি বৰাৰ ”INDIA BOOK OF RECODS” ত নাম সন্নিবিষ্ট…

0 31

অসমৰ গোলাঘাট সৰুপথাৰৰ নগাজৰী দ চুক গাৱৰ নিশামনি বৰাৰ INDIA BOOK OF RECODS ত নাম সন্নিবিষ্ট


নিশামণি বৰা এগৰাকী পালতলা খেলুৱৈ (WINDSURFING) ।


WINDSURFING প্ৰতিযোগিতাৰ মহিলা শাখাৰ সৰ্বাধিক পদক জয়ৰ লগতে WINDSURFING প্ৰতিযোগিতাত(২০২৩ আৰু ২০২৪ )বৰ্ষত দুটাকৈ সোণৰ আৰু এটা ব্ৰঞ্জৰ পদক জয় লাভ কৰাত INDIA BOOK OF RECORDS ত নাম সন্নিবিষ্ট ৷

লগতে পঢ়ক :অসম-অৰুণাচল সীমান্তত অবৈধ অস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ…

Leave A Reply

Your email address will not be published.