Breaking

নগাঁৱত ২.৫০ কোটি টকাৰ নিচায়ুক্ত ঔষধ জব্দ !নিচাযুক্ত ঔষধ খিনি উদ্ধাৰ কৰাৰ লগতে ৩জনক কৰায়ত্ব…

0 24

নগাঁৱত ২.৫০ কোটি টকাৰ নিচায়ুক্ত ঔষধ জব্দ ৷ নগাঁও চহৰৰ কাষৰীয়া এলেকা নবীন নগৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই বৃহৎ সংখ্যক ড্ৰাগ ৷

হয়বৰগাঁও ধিঙ গেইটৰ নবীন নগৰত মজুত কৰা হৈছিল এই ২.৫০ কোটিৰ অবৈধ ড্ৰাগ।

নগাঁও আৰক্ষীৰ এটি দলে মঙলবাৰে নিশা নবীন নগৰত অভিযান চলায় জব্দ কৰেএইসমূহ সামগ্ৰী ৷

গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত বস্তাত ভৰাই থোৱা অৱস্থাত এই নিচাযুক্ত ঔষধ খিনি উদ্ধাৰ কৰাৰ লগতে ৩জনক কৰায়ত্ব কৰে।

Leave A Reply

Your email address will not be published.