ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Donald Trump tariffs: স্মাৰ্টফোন, কম্পিউটাৰকে ধৰি বহু ইলেক্ট্ৰনিক্স সামগ্ৰী পাৰস্পৰিক শুল্কৰ পৰা বাদ দিলে ড’নাল্ড ট্ৰাম্পে

স্মাৰ্টফোন, কম্পিউটাৰকে ধৰি বহু ইলেক্ট্ৰনিকছক সামগ্ৰী পাৰস্পৰিক শুল্কৰ পৰা বাদ দিলে ড’নাল্ড ট্ৰাম্পে। (Donald Trump tariffs) স্মাৰ্টফোন, লেপটপ কম্পিউটাৰ, হাৰ্ড ড্ৰাইভ আৰু কম্পিউটাৰ প্ৰচেছৰ, আৰু মেম’ৰী চিপৰ ক্ষেত্ৰত এই সকাহ প্ৰযোজ্য হ’ব।

Madhya Pradesh: আগন্তুক ২ বছৰত আমেৰিকাৰ দৰে হ’ব মধ্য প্ৰদেশৰ পথ সংযোগ: নীতিন গাডকাৰী

ইন্দোৰঃ কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে কয় যে অহা দুবছৰত মধ্যপ্ৰদেশৰ পথ সংযোগ আমেৰিকাৰ দৰে হ’ব।(Madhya Pradesh)

Tahawwur Rana Extradition: ২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

২৬/১১ৰ মুম্বাই আক্ৰমণত মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা।(Tahawwur Rana Extradition)কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।ঘটনাৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আছিল মুম্বাইত।

MP Kangana Ranaut: চন্দ্ৰত দাগ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নাইঃ কংগনা ৰাণাৱট

হিমাচল মধ্যপ্ৰদেশৰ বজাৰত ভাষণ দি কংগনা ৰানাৱটে কংগ্ৰেছৰ নেতাগক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।(MP Kangana Ranaut)

Narendra Modi: ৰাছিয়াৰ বিজয় দিৱসলৈ নিমন্ত্ৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক !

ৰাছিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘বিজয় দিৱস’ উদযাপনলৈ আমন্ত্ৰণ জনাইছে, মে’ মাহত মস্কো ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে।(Narendra Modi)

Popular