ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Jharkhand Election: ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনলৈ(Jharkhand Election) মাজত আৰু বেছি সময় নাই। এনে সময়তে ঝাৰখণ্ডৰ ভূমিৰ পৰাই সেই ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই পূৱ সিংভূমৰ জামছেদপুৰত এক সভাত ভাষণ দি ঝাৰখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা।

Art and Culture: মনোবিজ্ঞানৰ ধাৰণাৰে উত্তৰ-পূব ভাৰতৰ শিল্প সংস্কৃতিক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছেঃ কলা সমালোচক জ্যোতি খাটনিয়াৰ

উত্তৰ-পূব ভাৰতৰ বিভিন্ন কলা(Art and Culture), সাহিত্যৰ সৃষ্টিৰাজিক বিখ্যাত মনস্তত্ত্ববিদ ছিগমাণ্ড ফ্ৰয়ড আৰু কাৰ্ল গুস্তাভ য়ুঙৰ চিন্তাৰ মাজেৰে বিশ্লেষণ কৰাৰ সুযোগ আছে।

Chief Justice Of India: দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ

ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ(Chief Justice Of India) হিচাপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হয় এই শপতগ্ৰহণ অনুষ্ঠান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ খান্নাক(Justice Sanjiv Khanna) শপত বাক্য পাঠ(Union Government) কৰোৱায়।

Ratan Tata: মৃত্যুৰ এমাহ পূৰ্তিত প্ৰকাশ পালে ‘ৰতন টাটা’

যশস্বী উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানৰ এমাহ পূৰ্তিৰ দিনটোতে প্ৰকাশ পালে টাটাৰ বৈচিত্ৰ্যময় জীৱনৰ আধাৰত সাংবাদিক খনীন্দ্ৰ কুমাৰ ডেকাৰ দ্বাৰা ৰচিত গ্ৰন্থ 'ৰতন টাটা(Ratan Tata)’৷

Indian Railway: ভাৰতীয় ৰে’ল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত

ভাৰতীয়সকল এতিয়া ৰে’ল(Indian Railway) ভ্ৰমণৰ ক্ষেত্ৰত আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। ইয়াৰ বাবে বিগত দশকৰ সুচিন্তিত পদক্ষেপৰ গুৰুত্বপূ ফলাফলসমূহ আজি অনুধাবন কৰিব পৰা হৈছে।

Popular