Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাৰ ঘোষণা : বিহাৰ বিধান সভা নিৰ্বাচনত একলগ হৈ যুঁজিব বিজেপি,…

অনলাইন বাৰ্তা : বিহাৰৰ নিৰ্বাচনত দলৰ প্ৰচাৰৰ সন্দৰ্ভত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই জনালে যে মুখ্যমন্ত্ৰী তথা জোঁটৰ সংগী জেডিইউৰ নেতা নীতিশ কুমাৰৰ নেতৃত্বত এনডিএ শিবিৰে ক্ষমতা ঘুৰাই আনিবলৈ যুঁজ কৰিব ৷ ইয়াৰ লগতে এনডিএৰ সহযোগী দলৰ
Read More...

স্বামীক সন্ত্ৰাসবাদী কাৰ্য বন্ধ কৰিবলৈ কৈছিল দিল্লীত গ্ৰেপ্তাৰ হোৱা আইএছআইএছৰ পত্নীয়ে

অনলাইন বাৰ্তা : দিল্লীত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা সন্দেহজনক আইএছআইএছ সন্ত্ৰাসবাদীৰ পত্নীয়ে কয় যে তেওঁৰ স্বামীয়ে গানপাউদাৰ আৰু আন বিস্ফোৰক সামগ্ৰী তেওঁলোকৰ উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ ঘৰত জমা কৰিছিল ৷ তেওঁ কয়, তেওঁ মহম্মদ মুস্তাকিম খান ওৰফে আবু
Read More...

ভ্ৰাম্যমাণ জগতৰ অন্যতম তাৰকা জীৱেশ্বৰ ডেকা আৰু নাই

দৈনন্দিন বাৰ্তা ডেস্ক : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা জীৱেশ্বৰ ডেকা আৰু নাই । দেওবাৰে নিশা ১১ বাজি ৪০ মিনিটত ইহলীলা সম্বৰণ কৰিলে একালৰ দুৰন্ত তাৰকা জীৱেশ্বৰ ডেকাই। শনিবাৰে নিশা নলবাৰী জিলাৰ বেলশৰৰ ডেকাপাৰাত থকা নিজ
Read More...

৭০ দিনত ১৮ খন দেশ ভ্ৰমণ : দিল্লীৰ পৰা লণ্ডনলৈ বাছ যাত্ৰাৰ পৰিকল্পনা

অনলাইন বাৰ্তা : এবাৰতে ১৮ খন দেশ ফুৰি আহিব পৰা ব্যৱস্থা ৷ মাত্ৰ ৭০ দিনৰ ভ্ৰমণ ৷ থাকিব পাৰিব পঞ্চ তাৰকা হোটেলত, আসন হ’ল বিজনেছ ক্লাছ ৷ এয়া কোনো বিমান যাত্ৰা নহয়৷ বাছ যাত্ৰা ৷ ভূমিত থকা পথেৰে যাত্ৰা৷ অবিশ্বাস্য যেন লাগিলেও এয়া সত্য ৷ দিল্লীৰ
Read More...

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ আধানম ঘিব্ৰেছুছে ক’লে, “দুবছৰ সময় লাগিব ক’ৰোনাৰ প্ৰকোপ…

অনলাইন বাৰ্তা : সমগ্ৰ বিশ্বত নিতৌ হৈ থকা প্ৰশ্নটো হ’ল কেতিয়া কমিব ক’ৰোনা ভাইৰাছৰ প্ৰকোপ ? কাৰণ এতিয়াও আবিষ্কাৰ হোৱা নাই ক’ৰোনাৰ প্ৰতিষেধক ৷ ৰাছিয়াই প্ৰতিষেধক আবিষ্কাৰৰ দাবী কৰিলেও তাত মান্যতা দিয়া নাই বিশ্ব স্বাস্থ্য সংস্থাই ৷ ইয়াৰ
Read More...

নিৰাপত্তাৰক্ষীৰ তৎপৰতা : দিল্লীত গ্ৰেপ্তাৰ আইএছআইএছ সন্ত্ৰাসবাদী

দৈনন্দিন বাৰ্তা ডেস্ক : নিৰাপত্তাৰক্ষীৰ তৎপৰতাত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণৰ পৰা ৰক্ষা পৰিল দিল্লী ৷ তুমুল গুলীয়াগুলীৰ পাচত আইইডি বিস্ফোৰকসহ এক আইএছআইএছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে দিল্লীৰ বিশেষ আৰক্ষীয়ে ৷ ধৃত সন্ত্ৰাসবাদীৰ নাম ইউছুফ খান
Read More...

হিন্দী নজনাক বৈঠক ত্যাগৰ কৰিবলৈ ক’লে আয়ুষৰ সচিবে : দেশজুৰি প্ৰতিক্ৰিয়া

দৈনন্দিন বাৰ্তা ডেস্ক : বৈঠকত যোগ দিয়া মানুহে হিন্দী ক’ব নোৱাৰিলে তেওঁলোকক বৈঠক এৰি যাবলৈ ক’লে আয়ুষৰ সচিব বৈদ্য ৰাজেশ কোটেচাই ৷ সম্প্ৰতি এই ঘটনা ঘটিছে  আয়ুষ মন্ত্ৰালয়ৰ এক ভাৰ্চুৱেল প্ৰশিক্ষণমূলক বৈঠকত৷ উল্লেখ্য যে কোটেচাই নিজে
Read More...

অন্ধ্ৰপ্ৰদেশত এপকোৰ প্ৰাক্তন সভাপতিৰ ঘৰত চিআইডিৰ অভিযান : নগদ কোটি টকা, সোণ-ৰূপ উদ্ধাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : অন্ধ্ৰপ্ৰদেশৰ কড়পা জিলাৰ খাজিপেট চহৰত ৰাজ্যখনৰ অপৰাধ তদন্ত বিভাগে (চিআইডি) অন্ধ্ৰপ্ৰদেশৰ হস্ততাঁত সমবায় সমিতি (এপকো)ৰ প্ৰাক্তন সভাপতি গুজলা শ্ৰীনিবাছুলুৰ ঘৰত শুকুৰবাৰে অভিযান চলায় ৷ চিআইডিৰ ডিএছপি সুববাৰাজুয়ে
Read More...

কিশোৰীয়ে ফুল ছিঙাই অপৰাধ : ৪০ টা দলিত পৰিয়ালক সামাজিকভাৱে বৰ্জন

দৈনন্দিন বাৰ্তা ডেস্ক : ওড়িশ্যাৰ ধেনকানাল জিলাৰ কণ্টিঅ’ কাটেনি গাঁৱৰ ৪০ টা দলিত পৰিয়ালক যোৱা দুসপ্তাহৰ আগতে এটা উচ্চবৰ্ণৰ পৰিয়ালৰ বাৰীৰ পৰা সম্প্ৰদায়টোৰ ১৫ বছৰীয়া কিশোৰী এগৰাকীয়ে ফুল ছিঙাৰ বাবে সামাজিকভাৱে বৰ্জন কৰিছে ৷ এটা পৰিয়ালে সেই
Read More...

নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশিকা জাৰি : প্ৰাৰ্থীয়ে অনলাইনত জমা দিব পাৰিব মনোনয়ন পত্ৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আসন্ন বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷ তাৰ বাবে জাৰি কৰিছে নতুন নিৰ্দেশিকা ৷ ভোটদাতাৰ বাবে গ্ল’ৱছ বাধ্যতামূলক কৰা হৈছে ৷ ইভিএমৰ বোটামত হেঁচা
Read More...