Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

দুৰৱৰ্ত্তী পুৰস্কাৰ : বিভিন্ন ছাই কেন্দ্ৰত উপস্থিত থাকি অংশ ল’ব ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ক্ৰীড়াবিদে

দৈনন্দিন বাৰ্তা ডেস্ক : এই বছৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা অনুষ্ঠানত সামাজিক দূৰত্ব অতিৰিক্ত মাইল হ’ব পাৰে ৷ ২৯ আগষ্টত অনুষ্ঠানৰ সময়ত তেওঁলোকৰ নামবোৰ ঘোষণা কৰা হ’ব ৷ বঁটা প্ৰাপকে ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ অভ্যন্তৰত ৰঙা দলিচাত প্ৰথাগত খোজ দিবলৈ
Read More...

৯ দিন হাবিত থাকিল মেঘালয়ৰ এটা পৰিয়াল

দৈনন্দিন বাৰ্তা ডেস্ক : মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাৰ অন্তৰ্গত মনাদ গাঁৱৰ এটা পৰিয়ালৰ সাতজনক স্থানীয় কৰ্তৃপক্ষই গাঁৱত থকাৰ অনুমতি প্ৰত্যাখ্যান কৰাত হাবিত ৯ দিন কটাব লগা হয়৷ অভিযোগ মতে গাঁও কৰ্তৃপক্ষই ৭ আগষ্টত ক’ভিড আক্ৰান্ত মহানগৰ
Read More...

১৮ মাহত ৮ সন্তান জন্ম বিহাৰৰ ৬৫ বছৰীয়া মহিলাৰ‌

দৈনন্দিন বাৰ্তা ডেস্ক : এটা বা দুটা নহয়, আঠটি সন্তান জন্ম দিছে এগৰাকী মহিলাই ৷ তাতকৈ আচৰিত কথা হ’ল মাত্ৰ ১৮ মাহৰ ভিতৰত এই সন্তানকেইটা জন্ম দিয়ে ৷ এই কথা স্বয়ং ৬৫ বছৰীয়া মহিলাগৰাকীয়ে জনোৱা নাই ৷ ইয়াৰ বিপৰীতে চৰকাৰী নথি চাইহে মহিলাগৰাকীক
Read More...

প্ৰধানমন্ত্ৰীলৈ চিঠি কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নৰ : তিৰুবনন্তপুৰম বিমানবন্দৰৰ বিষয়ে পুনৰ্বিবেচনা…

দৈনন্দিন বাৰ্তা ডেস্ক : চৰকাৰী-বেচৰকাৰী অংশদাৰিত্ব (পিপিপি)ৰ জৰিয়তে তিৰুবনন্তপুৰম বিমানবন্দৰ লীজত দিয়াত কেন্দ্ৰৰ অনুমোদনৰ পাচত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন চিঠি লিখি উদ্বেগ প্ৰকাশ কৰিছে আৰু
Read More...

এনচিইআৰটিৰ সমীক্ষাত প্ৰকাশ : দেশৰ ২৭ শতাংশ শিক্ষাৰ্থীৰ স্মাৰ্টফোন, লেপটপ নাই

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই বিশ্বজুৰি শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হয় ৷ এই মহামাৰীৰ বাবে ৭০ শতাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু নানা বিষয়ত প্ৰশিক্ষণ লোৱা যুৱসকল বাধাগ্ৰস্ত হৈছে বুলি আগতেই তথ্য দিছিল আন্তৰ্জাতিক শ্ৰম সংস্থা
Read More...

পাকিস্তানক মুছলিম বিশ্বৰ নেতা সজাবলৈ চেষ্টা চীনৰ : ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধ কৰাৰ ভাবুকি ইমাৰন…

দৈনন্দিন বাৰ্তা ডেস্ক : মুছলিমৰ ওপৰত নিৰ্মম অত্যাচাৰৰ কাহিনী প্ৰচাৰ হোৱাৰ পাচত বিশ্বৰ বেছিভাগ মুছলিম দেশে চীনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৷ কিন্তু এই বিষয়ে কোনো প্ৰতিবাদ কৰা নাই পাকিস্তানে ৷ বৰং এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত
Read More...

ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ : ৩৬-৪০ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা

দৈনন্দিন বাৰ্তা ডেস্ক : শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যসকলে বৃহস্পতিবাৰে নতুন দিল্লীত মিলিত হৈ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ সন্দৰ্ভত আলোচনা কৰে ৷ সভাৰ পাচত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ তৰফৰ পৰা কয় যে অযোধ্যাত ৰাম
Read More...

ক’ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁ ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ক’ৰোনা পৰীক্ষাৰ পাচত তেওঁ আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয় ৷ কেন্দ্ৰীয় মন্ত্ৰীজনে টুইট কৰি এই সংবাদ দিয়ে ৷
Read More...

দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ চহৰ ইন্দোৰ : অসমৰ ভিতৰত পৰিষ্কাৰ নগৰ শিলচৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ চহৰ ঘোষণা কৰা হৈছে ৷ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পঞ্চম বাৰ্ষিক সমীক্ষাত প্ৰকাশ পাইছে তথ্য ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে এই কথাঘোষণা কৰিছে ৷ কেন্দ্ৰীয় গৃহ আৰু নগৰোন্নয়ন দপ্তৰে
Read More...

৫ম ব্ৰিকছ যুৱ বিজ্ঞানী ফেল’ এনক্লেভলৈ নিৰ্বাচিত অসম বিশ্ববিদ্যালয়ৰ গৱেষক আৰ্পিতা দালাল

দৈনন্দিন বাৰ্তা ডেস্ক : অসম বিশ্ববিদ্যালয়ৰ গৱেষক আৰ্পিতা দালালৰ লগতে ১৯ গৰাকী যুৱ বিজ্ঞানীয়ে ৫ম ব্ৰিকছ যুৱ বিজ্ঞানী ফেল’ এনক্লেভলৈ নিৰ্বাচিত হৈছে ৷ এই এনক্লেভ ৰাছিয়াত অহা ২১-২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷ উল্লেখ্য যে ব্ৰিকছ যুৱ বিজ্ঞানী
Read More...