Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ক’ৰোনাৰ নতুন প্ৰজাতি : ১০ গুণ বেছি সংক্ৰমণ

দৈনন্দিন বাৰ্তা ডেস্ক : মালয়েছিয়াত নতুন প্ৰজাতিৰ ভাইৰাছৰ আবিষ্কাৰ হৈছে ৷ মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ক’ৰোনা ভাইৰাছৰ এই নতুন প্ৰজাতি আক্ষৰিক অৰ্থত 'ছুপাৰ স্প্ৰেডাৰ'৷ স্বয়ং মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ডিৰেক্টৰ জেনেৰেল নুৰ হিছাম
Read More...

ৰামায়ণ চাৰ্কিটসহ উন্নয়ন প্ৰকল্প বাস্তৱায়িত কৰাৰ বিষয়ে ভাৰত-নেপালৰ আলোচনা

দৈনন্দিন বাৰ্তা ডেস্ক : দীৰ্ঘ ৯ মাহৰ পাচত সোমবাৰে পুনৰ ভাৰত আৰু নেপালৰ প্ৰশাসনিক বিষয়াৰ মাজত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ ইয়া ফলত দুয়ো দেশৰ মাজত সম্পৰ্ক উন্নত হোৱাৰ দিশে আগবাঢ়ে৷ ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সূত্ৰে জানিব পৰা মতে সোমবাৰে নেপালত
Read More...

আমেৰিকাৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হাৰিছৰ প্ৰেছ সচিব ভাৰতীয় বংশোদ্ভৱ ছাব্ৰিনা সিং

দৈনন্দিন বাৰ্তা ডেস্ক : আমেৰিকাৰ উপৰাষ্ট্ৰপতি পদত ডেমোক্ৰেটিক প্ৰাৰ্থী কমলা হাৰিছে নিজৰ প্ৰেছ সচিব হিচাপে ভাৰতীয় বংশোদ্ভৱ ছাব্ৰিনা সিঙক দায়িত্ব দিছে ৷ উল্লেখ্য যে মাৰ্কিন ইতিহাসত উপৰাষ্ট্ৰপতি পদত এছিয়-আমেৰিকান তথা অশ্বেতাংগ মহিলাই যুঁজ
Read More...

অৱসৰৰ পাচত টিম ইণ্ডিয়াত যাত্ৰাৰ কথা স্মৰণ সুৰেশ ৰাইনাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : হঠাতে আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিয়াৰ এদিনৰ পাচত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই তেওঁৰ ক্ৰিকেট যাত্ৰাৰ এটা হৃদয়গ্ৰাহী ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু ৰাষ্ট্ৰীয় দলৰ সৈতে তেওঁৰ কেৰিয়াৰৰ সময়ত তেওঁক সহায় কৰা সকলো লোকক
Read More...

দেশৰ অগ্ৰগতিৰ বাবে উদ্ভাৱন গুৰুত্বপূৰ্ণ : প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতক স্বাৱলম্বী, আধুনিক আৰু সমৃদ্ধ কৰাত শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এই লক্ষ্য লৈ চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰচলন কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসত ৰাষ্ট্ৰৰ উদ্দেশ্য দিয়া ভাষণত এই
Read More...

১৫ আগষ্টত ক’ৰোনা যোদ্ধা সন্মান জনাব ৰাষ্ট্ৰপতিয়ে

দৈনন্দিন বাৰ্তা ডেস্ক : নিগমবধ ঘাটৰ এজন কৰ্মী, এজন চিকিৎসক, এজন আৰক্ষী বিষয়া, এগৰাকী নাৰ্চিং বিষয়া যি ২৫ জন ক’ভিড যোদ্ধাক অহা ১৫ আগষ্টত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা আয়োজন কৰা 'এট হোম' অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছে৷
Read More...

১৫ আগষ্টত ‘এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড’ ঘোষণাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫ আগষ্টত ৭৪ তম স্বাধীনতা দিৱস উপলক্ষে ঐতিহাসিক লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে 'এক ৰাষ্ট্ৰ এক স্বাস্থ্য কাৰ্ড'ৰ বিষয়ে গুৰুত্বপূৰ্ণ
Read More...

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ ৰাষ্ট্ৰপতিৰ : নাম উল্লেখ নকৰাকৈ চীনৰ…

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ ৭৪ তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুকুৰবাৰে ৰাষ্ট্ৰৰ উদ্দেশ্যি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ভাষণ আগবঢ়ায়৷ ভাষণৰ আৰম্ভণিতে বিদেশী শক্তিৰ সৈতে যুদ্ধ কৰি স্বাধীনতা কাঢ়ি অনা সংগ্ৰামীসকলৰ প্ৰতি তেওঁ শ্ৰদ্ধা জনায়৷ আনহাতে
Read More...

১৫ আগষ্টত মুক্তি পাব অক্ষয় কুমাৰ অভিনীত ছবি লকস্মী বোম্ব

✍ ভিকি শৰ্মা বলিউড ছৱি জগতৰ সদা ব্যস্ত অভিনেতা খিলাড়ী অক্ষয় কুমাৰৰ প্ৰতিখন ছবিয়ে চিত্ৰগৃহত এক আলোড়ন সৃষ্টি কৰি অহা দেখা গৈছে। কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম দেখা পোৱা যাব কিয়নো পোন প্ৰথমবাৰৰ বাবে অক্ষয় কুমাৰৰ আহিবলগীয়া বহু প্ৰত্যাশিত ছবি
Read More...

নৰেন্দ্ৰ মোডী দীৰ্ঘদিনীয়া অকংগ্ৰেছী প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে সৰ্বাধিক দিন দেশ শাসন কৰা শাসকৰূপে স্থান লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘ দিন দায়িত্বত আছিল অটল বিহাৰী বাজপেয়ী ৷ বাজপায়ীয়ে
Read More...