Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

সমগ্ৰ বিশ্বত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২০ মিলিয়ন অতিক্ৰম

দৈনন্দিন বাৰ্তা ডেস্ক : সমগ্ৰ বিশ্বত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা মঙলবাৰে পুৱা ২০ মিলিয়ন অতিক্ৰম কৰিলে ৷ জন হ’পকিন বিশ্ববিদ্যালয়ে এই কথা প্ৰকাশ কৰে৷ আনহাতে সমগ্ৰ পৃথিৱীত মুঠ ৭ লাখ ৩৪ হাজাৰ জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ বিশ্ববিদ্যালয়খনে প্ৰকাশ
Read More...

সংকটজনক অৱস্থাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শাৰীৰিক অৱস্থা সংকটজনক ৷ ইতিমধ্যে তেওঁক ভেণ্টিলেছনত ৰখা হৈছে ৷ চিকিৎসালয়ৰ সূত্ৰৰ মতে সোমবাৰে ক’ৰোনাত আক্ৰান্ত প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ ব্ৰেইন ছাৰ্জাৰি কৰা হয় ৷ তাৰ পাচৰ পৰাই
Read More...

অনুষ্ঠুপিয়াকৈ পালন কৰিব মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাভিকেন্দ্ৰৰ ডেকাসুন্দৰ গাঁৱৰ পৰম্পৰাগত ভাওনা উৎসৱ এইবেলি কৰ'না মহামাৰীৰ বাবে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডেকাসুন্দৰবাসী ৰাইজে। ইয়াৰ বিপৰীতে ভাদ মাহত অনুষ্ঠিত হ'বলগীয়া মহাপুৰুষ দুজনাৰ তিৰোভাৱ
Read More...

ভাৰতত প্ৰথমবাৰৰ বাবে উৎপাদন হ’ব গাধৰ গাখীৰ : প্ৰতি লিটাৰত মূল্য ৭,০০০টকা

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ভাৰতত প্ৰথমবাৰৰ বাবে উৎপাদন হ’ব গাধৰ গাখীৰ। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়তে নেচনেল ৰিছাৰ্চ চেণ্টাৰ অৱ ইকুইনেছ চমুকৈ এন আৰ চি ই-এ দেশত গাধৰ গাখীৰ বাণিজ্যিক ভিত্তিত উৎপাদন আৰম্ভ কৰিছে। ইতিমধ্যে প্ৰতিষ্ঠানটোৱে
Read More...

জাতিৰ পিতা মহাত্মা গান্ধীৰ এযোৰ চছমা,দাম শুনিলে আপুনিও আচৰিত হ’ব

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ব্ৰিটেইনত হব লগীয়া অনলাইন নিলামীত আছে এযোৰ চছমা। চচমা যোৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে পিন্ধিছিল বুলি সকলোৱে কয়। আচৰিত ইয়াৰ মূল্য ১০,০০০ ৰ পৰা ১৫,০০০ পাউণ্ড হব বুলি জানিব পৰা গৈছে। কোম্পানীটোৰ কৰ্মচাৰীয়ে
Read More...

ক’ৰোনাত আক্ৰান্ত প্রাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে প্রাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷ সোমবাৰে তেওঁ নিজেই এই কথা জনায়৷ সেয়ে যোৱা এটা সপ্তাহত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে অবিলম্বে ক’ভিড-১৯ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে৷ দিল্লীৰ এখন
Read More...

কেৰালাত ধাৰাসাৰ বৰষুণ : ভূমিস্খলনত মৃত্যু ৪৮

দৈনন্দিন বাৰ্তা ডেস্ক : কেৰালাত যোৱা তিনি দিন ধাৰাসাৰ বৰষুণ হৈ থকাত জনসাধাৰণ সমস্যাত পৰিছে৷ যোৱা দেওবাৰে কেৰালাৰ ছখন জিলাক সতৰ্ক কৰি ভাৰতীয় বতৰ বিভাগে কয় যে সোমবাৰে ২০ চেণ্টিমিটাৰৰ অধিক বৰষুণ হ’ব৷ এই বৰষুণৰ পৰিমাণ মঙলবাৰে কমাৰ সম্ভাৱনা
Read More...

ইন্দোনেছিয়াৰ মাউণ্ট ছিনাবাং আগ্নেয়গিৰি উদগীৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : জাগি উঠিল ইন্দোনেছিয়াৰ মাউণ্ট ছিনাবাং আগ্নেয়গিৰি৷ ইন্দোনেছিয়াৰ নেচনেল ভলকেন’ এজেন্সী বা এনভিএয়ে শনিবাৰে সকলোকে সতৰ্ক কৰি দিছিল যে উত্তৰ সুমাত্ৰা দ্বীপত অৱস্থিত ২৪৭৫ মিটাৰ উচ্চতাৰ আগ্নেয়গিৰিটোৰ পৰা ছাই ওলাবলৈ আৰম্ভ
Read More...

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ প্ৰতি সমৰ্থন কংগ্ৰেছ সাংসদৰ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ অখিলেশ প্ৰসাদ সিঙে ৷ তেওঁ জনায় কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিধেয়কখন আইনলৈ আনি জনসংখ্যা বৃদ্ধি
Read More...

১০১ বিধ সামগ্ৰীৰ আমদানি নিষেধ ভাৰতৰ, আত্মনিৰ্ভৰশীল ভাৰতৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এক…

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে আত্মনিৰ্ভৰশীল ভাৰত গঢ়িবৰ বাবে এক বৃহৎ পদক্ষেপ হাতত লয়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, বিদেশত নিৰ্মাণ হোৱা ১০১ বিধ অস্ত্ৰ-শস্ত্ৰৰ ওপৰত অচিৰেই প্ৰতিবন্ধকতা লগোৱা
Read More...