Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ব্ৰাজিলত ক’ৰোনাত মৃতকক শ্ৰদ্ধা জনাই উৰুৱালে ১০০০ ৰঙা বেলুন : আমেৰিকাত ১,৬২,৮৩৬ লোক ক’ভিড-১৯ত মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক : ব্ৰাজিলৰ ৰিয় ডি জেনেৰিয়ৰ ক’পাকাবানা উপকূলত শনিবাৰে ক’ভিড-১৯ত আক্ৰান্ত হোৱাসকলক সন্মান জনোৱাৰ অৰ্থে ৰঙা বেলুন এৰি দিয়ে৷ ব্ৰাজিলত শনিবাৰৰ নিশা  পৰ্যন্ত এক লাখ লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ এয়া প্ৰথম
Read More...

অন্ধ্ৰপ্ৰদেশত ক’ভিড ৰোগীৰ চিকিৎসাত ব্যৱহৃত হোটেলত অগ্নিকাণ্ড : নিহত ১০

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহৃত এখন হোটেলত বিধ্বংসী অগ্নিকাণ্ডৰ সৃষ্টি হয়৷ দেওবাৰে পুৱা প্ৰায় ৫ বজাত অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ বিজয়ৱাড়াত এই ঘটনাটো সংঘটিত হয়৷ অগ্নিকাণ্ডত প্ৰথমে সাতজন লোকৰ মৃত্যু হয় বুলি খবৰ পোৱা
Read More...

গেটছ ফাউণ্ডেচনৰ সাহায্যত ভাৰতসহ তৃতীয় বিশ্বৰ দেশবোৰৰ বাবে ১০ কোটি ক’ৰোনা টীকা

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতসহ তৃতীয় বিশ্বৰ দেশবোৰৰ বাবে ১০ কোটি ক’ৰোনা টীকা প্ৰস্তুত কৰিব ছিৰাম ইনষ্টিটিউটে ৷ তাৰ বাবে ১৫ কোটি ডলাৰ সাহায্য দিব বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেচনে ৷ শুকুৰবাৰে এই কথা ঘোষণা কৰিলে ছিৰাম ইনষ্টিটিউটে ৷ অক্সফৰ্ড
Read More...

চৰায়ে মাৰিলে খুন্দা : ৰাঁচীত বিপদৰ পৰা ৰক্ষা এয়াৰ এছিয়া ইণ্ডিয়াৰ বিমান

দৈনন্দিন বাৰ্তা ডেস্ক : কেৰালাৰ কোজিকোড বিমানবন্দৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান বিধ্বস্ত হোৱাৰ পাছ দিনা অৰ্থাৎ আন এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ এছিয়া ইণ্ডিয়াৰ বিমান ৷ এইখন বিমানত চৰায়ে আঘাত কৰাত শনিবাৰে পুৱাই যাত্ৰা বাতিল কৰে ৷ এয়াৰ
Read More...

কেৰালাৰ কোজিকোডৰ বিমান দুৰ্ঘটনা : ১০ হাজাৰ ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতাৰে পুষ্ট নিহত পাইলট

দৈনন্দিন বাৰ্তা ডেস্ক : কেৰালাৰ কোজিকোডত শুকুৰবাৰে নিশা হোৱা বিমান দুৰ্ঘটনাত পাইলটসহ ১৮জন যাত্ৰীৰ মৃত্যু হয় ৷ এই দুৰ্ঘটনাত পাইলটৰ কোনো ভুল আছিল নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ ইপিনে শনিবাৰে কোজিকোড বিমানবন্দৰৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে
Read More...

বিশ্বৰ ধনীৰ তালিকাত চতুৰ্থ স্থান লাভ মুকেশ আম্বানিৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ ধনীৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছে মুকেশ আম্বানিয়ে৷ এমাহৰ কম সময়তে সপ্তম স্থানৰ পৰা তেওঁ চতুৰ্থ স্থান পালেহি৷ শনিবাৰে ব্লুমবার্গ বিলিনিয়াৰৰ তালিকা অনুযায়ী ৰিলায়েন্সৰ কৰ্ণধাৰৰ সম্পত্তিৰ মূল্য ৮০.৬ বিলিয়ন
Read More...

প্ৰধানমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী আইএমএৰ : দেশত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু ১৯৬ চিকিৎসকৰ

দৈনন্দিন বাৰ্তা ডেস্ক : সন্মুখৰ শাৰীৰ পৰা ক’ৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে চিকিৎসকসকলে৷ ইয়াৰ মাজতে চিকিৎসকো ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে৷ এনে পৰিস্থিতিত দেশত দুশজন চিকিৎসকৰ মৃত্যু হৈছে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন
Read More...

জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবাৰ ৬ অভাৰ গ্ৰাউণ্ড কৰ্মীক গ্ৰেপ্তাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অ’পাৰেচন গ্ৰুপ (এছঅ’জি)ৰ অভিযানত শনিবাৰে পাকিস্তানৰ সমৰ্থনপুষ্ট লস্কৰ-ই-তৈবাৰ সন্ত্ৰাস-আৰ্থিক দিশত জড়িত অভাৰ গ্ৰাউণ্ডৰ ৬ কৰ্মীক গ্ৰেপ্তাৰ কৰে৷ জম্মুৰ আৰক্ষী মহা পৰিদৰ্শক মুকেশ
Read More...

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাক জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল হিচাপে নিযুক্তি

দৈনন্দিন বাৰ্তা ডেস্ক : জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল হিচাপে গিৰিশ চন্দ্ৰ মুৰ্মুৰ উত্তৰসুৰী হিচাপে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মনোজ সিনহাক নিযুক্তি দিয়া হৈছে৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা দিয়া বিবৃতিত এই কথা প্ৰকাশ৷ বিবৃতিটোত
Read More...

ক’ৰোনা সংক্ৰমণ : ৮৯০.৩২ কোটিৰ টকাৰ আৰ্থিক পেকেজ মুকলি কেন্দ্ৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰলৈ ৮৯০.৩২ কোটিৰ টকাৰ আৰ্থিক পেকেজ বৃহস্পতিবাৰে মুকলি কৰি দিছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ
Read More...