Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

আইপিএলৰ মূল স্পনশ্বৰৰ পৰা বাদ চীনা ফোন প্ৰস্তুতকাৰী কোম্পানী ভিভ’

দৈনন্দিন বাৰ্তা ডেস্ক : বিচিচিআইৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে এইবাৰ আইপিএলৰ মূল স্পনশ্বৰ হিচাপে নাথাকে চীনা ফোন প্ৰস্তুতকাৰী কোম্পানী ভিভ’ ৷ এক বিবৃতিত কয় যে বিচিচিআই আৰু ভিভ’ ম’বাইল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মাজত হোৱা আইপিএল সংক্ৰান্তীয়
Read More...

চীনৰ উহানত আচৰিত বিশেষজ্ঞ : ক’ৰোনাত সুস্থ হৈ উঠা ৯০ শতাংশৰে ক্ষতিগ্ৰস্ত ফুচফুচ

দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ উহানতে প্ৰথম ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল ৷ এই চহৰৰ এখন চিকিৎসালয়ৰ ৰিপৰ্ট দেখি আচৰিত হৈছে বিশেষজ্ঞসকল ৷ সেই চিকিৎসালয়খনত ক’ৰোনা চিকিৎসাত সুস্থ হৈ উঠিলে তেওঁলোকৰ ৯০ শতাংশৰে ফুচফুচ ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে
Read More...

ইউপিএছছিত সফলতা প্ৰাক্তন মিছ ইণ্ডিয়া ফাইনেলিষ্টৰ : দেশৰ ভিতৰত ৯৩ স্থান লাভ

দৈনন্দিন বাৰ্তা ডেস্ক : মিছ ৱ’ৰ্ল্ডৰ সপোন দেখিছিল এগৰাকী সুন্দৰী নীলনয়নাই৷ অৱশ্যে তিনি বছৰৰ পাছত সেই সপোনৰ দোৱাৰ দলিত উপনীত হৈছিল ৷ এইগৰাকী সুন্দৰীৰ নাম ‘ঐশ্বর্যা’। ঐশ্বৰ্যা শ্বেৰাণ নামৰ এইগৰাকী সুন্দৰী প্ৰাক্তন মিছ ইণ্ডিয়া ফাইনেলিষ্ট ৷
Read More...

সৰযূ নদীৰ তীৰত স্বৰ্ণযুগৰ সূচনা : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দৈনন্দিন বাৰ্তা ডেস্ক : সৰযূ নদীৰ তীৰত স্বৰ্ণযুগৰ সূচনা হ’ল৷ অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসৰ দিনটোত এনেদৰে ব্যাখ্যা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়, বহু দিনৰ প্ৰতীক্ষা শেষ৷ অ’ত দিনে তম্বুৰ তলতে আছিল ৰামলালা৷ এইবাৰ
Read More...

নাথাকো বুলি কৈ উপস্থিত উমা ভাৰতী

দৈনন্দিন বাৰ্তা ডেস্ক : সোমবাৰে বিজেপিৰ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে জনাইছিল যে তেওঁ অযোধ্যাৰ ভূমি পূজাত উপস্থিত নাথাকে ৷ ক’ৰোনা সংক্ৰমণৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছিল ৷ কিন্তু বুধবাৰে যথা সময়ত ৰাম মন্দিৰৰ অনুষ্ঠানত
Read More...

য’ত ঘৃণা, নৃশংসতা আছে, তাত ৰাম নাই : ৰাহুল গান্ধী

অনলাইন বাৰ্তা, ৫ আগষ্ট : য’ত ঘৃণা, নৃশংসতা আছে, তাত ৰাম নাই৷ ভূমি পূজাৰ পাচত মুখ খুলিলে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে৷ লগতে অভিনন্দন জনাই ৰাহুল গান্ধীয়ে টুইটাৰত লিখে, ৰাম মানে প্ৰেম৷ ঘৃণাৰ মাজত তেওঁক কেতিয়াও প্ৰকাশ কৰা নাযায়৷
Read More...

ৰামায়ণৰ মাহাত্ম্য উল্লেখ কৰি প্ৰধানমন্ত্ৰী : মুছলিম প্ৰধান দেশতো ৰামৰ উপাসনা হয়

দৈনন্দিন বাৰ্তা ডেস্ক : বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজাৰ পাচত দিয়া ভাষণত বিশ্বজুৰি ৰামায়ণৰ প্ৰাসংগিকতা তুলি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ দেশ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত, আনকি মুছলিম দেশতো ৰামায়ণৰ অস্তিত্বৰ কথা তুলি ধৰে মোডীয়ে৷
Read More...

ৰাম মন্দিৰ আন্দোলনৰ অন্যতম উদ্যোক্তা, মোহন ভগৱতে ক’লে : নতুন ভাৰতত সূচনা হ’ল নৱযুগৰ ৷ হনুমান…

অনলাইন বাৰ্তা, ৫ আগষ্ট : নতুন ভাৰতত সূচনা হ’ল নৱযুগৰ৷ এইদৰে কয় ১৯৯০ চনত অযোধ্যাত দেশজুৰি ৰাম মন্দিৰ আন্দোলনৰ অন্যতম উদ্যোক্তা, আৰএছএছৰ প্ৰধান মোহন ভগৱতে৷ ৩০ বছৰৰ পাচত বুধবাৰৰ দিনটোতে নৰেন্দ্ৰ মোডীৰ হাতেৰেই অযোধ্যাত সূচনা হ’ল ৰাম মন্দিৰ
Read More...

খড়কপুৰ আইআইটিৰ গৱেষকলৈ বঁটা

দৈনন্দিন বাৰ্তা ডেস্ক : খড়কপুৰ আইআইটিৰ এদল গৱেষকে সূৰ্য ৰশ্মিত শুকুৱাবলৈ ৰখা তিতা কাপোৰৰ পৰা বিদ্যুৎ উৎপাদনৰ এটা ব্যৱস্থা গঢ়ি তোলাৰ বাবে 'গান্ধীয়ান ইয়ং টেকন’লজিকেল ইন’ভেছন এৱাৰ্ড ২০২০' লাভ কৰিছে ৷ প্ৰতিষ্ঠানটোৰ এজন মুখপাত্ৰই এই কথা
Read More...

ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠান : অযোধ্যাত ৩ ঘণ্টা কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাম মন্দিৰৰ আধাৰশিলা অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বুধবাৰে অযোধ্যাত উপস্থিত হ’ব ৷ মহানগৰখনত প্ৰধানমন্ত্ৰীয়ে তিনি ঘণ্টা কটাব ৷ সেই সময়তে প্ৰধানমন্ত্ৰীয়ে ভগৱান হনুমান মন্দিৰ দৰ্শন কৰিব ৷ উল্লেখ্য যে
Read More...