Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অযোধ্যাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাম জন্মভূমিত ৰাম মন্দিৰৰ ভূমি পূজাৰ বাবে এদিনৰ আগৰে পৰা অযোধ্যাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ অহা ৫ আগষ্টত আয়োজিত ভূমি পূজা অনুষ্ঠানৰ বাবে এই পবিত্ৰ মহানগৰীখনত এছপিজিয়ে নিৰাপত্তা ব্যৱস্থা হাতত লৈছে৷
Read More...

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাখী বন্ধন পালন

উজনি-মাজুলী : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ.ভি.বি.পি.ৰ মাজুলী জিলাৰ কাৰ্যকৰ্তাসকলে পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা মাজুলীত কৰ্মৰত ক'ৰণা যোদ্ধা তথা সমাজৰ গণ্যমান্য ব্যক্তিসকলক ৰাখী পিন্ধাই ভাতৃত্ব আৰু একতাৰ নিদৰ্শন দাঙি ধৰে। অখিল ভাৰতীয়
Read More...

যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ৰোনাত মুঠ সংক্ৰমণৰ হাৰ ৭.৮৬ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ৰোনাত ৫২০৫০ জন আক্ৰান্তৰ হয়৷ এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ৷ এনে সময়ত আমেৰিকাত ৪৫৫৭০ আৰু ব্ৰাজিলত ১৬৬৪১ জন আক্ৰান্ত হৈছে৷ অৰ্থাৎ আক্ৰান্তৰ হিচাপত আমেৰিকা আৰু ব্ৰাজিলৰ ওপৰত আছে
Read More...

জিম যোগ কেন্দ্ৰসমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজ্যত ৫ আগষ্টৰ পৰা খুলিব জিম আৰু যোগ কেন্দ্ৰসমূহল, এই বিষয়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে৷ নিৰ্দেশনা উল্লেখ থকা অনুযায়ী ৬৫ ৰ উৰ্দ্ধৰ ব্যক্তি, ৰুগীয়া ব্যক্তি, গৰ্ভৱতী
Read More...

প্ৰধানমন্ত্ৰীক লৈ ‘উদ্বিগ্ন’ : অযোধ্যালৈ যাব কিন্তু ভূমি পূজাত নাথাকে উমা ভাৰতী

অনলাইন বাৰ্তা : ৰাম মন্দিৰৰ ভূমি পূজাৰ সময়তে ক’ৰোনা পৰিস্থিতিক লৈ চিন্তিত হৈ উদ্বিগ্ন ৰাম মন্দিৰ আন্দোলনৰ অন্যতম উমা ভাৰতী ৷ ৫ আগষ্টত তেওঁ অযোধ্যা যাব ৷ কিন্তু ক’ৰোনা পৰিস্থিতিৰ মাজত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা বিষয়টোক সৰ্বাধিক গুৰুত্ব
Read More...

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে উদ্বোধনী টেষ্টত ৰাষ্ট্ৰীয় দলত নথকাত অৱসৰৰ চিন্তা কৰিছিল ষ্টুৱাৰ্ট ব্ৰডে

অনলাইন বাৰ্তা, ৩ আগষ্ট : ইংলেণ্ডৰ ফাষ্ট বলাৰ ষ্টুৱাৰ্ট ব্ৰডে প্ৰকাশ কৰিছে যে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে তিনিখন মেচৰ ছিৰিজৰ উদ্বোধনী টেষ্টত ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থাকি অৱসৰ লোৱাৰ বিষয়টো বিবেচনা কৰিছিল ৷ ছাউদাম্পটনত ইংলেণ্ডৰ চাৰি উইকেটত
Read More...

বিজেপি নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰহ্মণ্যম স্বামীৰ মন্তব্য : চাৰি-পাঁচ বছৰৰ ভিতৰত ভাঙি পৰিছে দেশৰ…

দৈনন্দিন বাৰ্তা ডেস্ক :ক’ৰোনা মহামাৰীৰ বাবে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ (জিডিপি) ৬ৰ পৰা ৯ শতাংশ কমিব বুলি আশংকা প্ৰকাশ কৰিছে বিজেপি নেতা সুব্ৰহ্মণ্যম স্বামীয়ে৷ অৱশ্যে সঠিক নীতি মানি চলিলে অহা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি
Read More...

বহুতে নাজানে অমিতাভ বচ্চনৰ প্ৰকৃত নাম

দৈনন্দিন বাৰ্তা ডেস্ক : বহু লোকে নাজানে অমিতাভ বচ্চনৰ প্ৰকৃত নাম ৷ এই বিখ্যাত অভিনেতাজনৰ সংগ্ৰামী জীৱনে আনি দিলে সফলতা৷ অমিতাভ বচ্চনৰ প্ৰকৃত নাম শুনিলে হয়তু বহুৱেই আচৰিত হৈ পৰিব৷ প্ৰকৃততে অমিতাভ বচ্চনৰ সেইটো প্ৰকৃত নাম নহয়৷ বাল্যকালত
Read More...

ভাৰতৰ ভূখণ্ড নিজৰ মেপত অন্তভূক্ত কৰি ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ নেপাল

দৈনন্দিন বাৰ্তা ডেস্ক : বেইজিঙৰ বাবেই ক্ৰমশঃ ভাৰতৰ বিৰুদ্ধাচৰণ কৰি আছে নেপালে৷ এইবাৰ দেশখনৰ সংসদত অনুমোদন হোৱা মেপ লৈ ৰাষ্ট্ৰসংঘসহ বিভিন্ন আন্তৰ্জাতিক ফ’ৰামৰ দ্বাৰস্থ হৈছে নেপাল৷ জানিব পৰা মতে আগষ্টৰ মাজভাগত এই মেপ আন্তৰ্জাতিক মঞ্চত
Read More...

ক’ৰোনাৰ পৰা মুক্ত হৈ ঘৰলৈ গ’ল বিগ-বি

দৈনন্দিন বাৰ্তা ডেস্ক : অৱশেষত চিকিৎসালয়ৰ পৰা মুক্তি পালে বিগ-বি অমিতাভ বচ্চনে৷ আনহাতে তেওঁৰ পুত্ৰ অভিষেকে জনালে, বিগ বিৰ শেষ ক’ৰোনা ৰিপৰ্ট নিগেটিভ আহিছে৷ যোৱা ১১ জুলাইত অমিতাভ বচ্চনা ক’ভিড ৰিপৰ্ট পজিটিভ আহে৷ সেইদিনাই ৰাতি ৭৭ বছৰীয়া
Read More...