Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ৰাখী বন্ধন উৎসৱত ৪০০০ কোটি টকাৰ ক্ষতিৰ সন্মুখীন চীন

দৈনন্দিন বাৰ্তা ডেস্ক : এইবাৰৰ ৰাখী বন্ধন উৎসৱৰ সময়ত প্ৰভূত ক্ষতিৰ মুখ দেখিছে চীনে ৷ যিহেতু চীনত প্ৰস্তুত কৰা ৰাখী ভাৰতৰ বজাৰত পোৱা নাযাব ৷ ফলত ৰাখীৰ বজাৰ নোপোৱাত এইবাৰ চীনে ৪০০০ কোটি টকা হেৰুৱাব লগা হ’ব ৷ যিহেতু ভাৰতে চীনত নিৰ্মাণ কৰা
Read More...

ক’ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ৷ দেওবাৰে নিজেই টুইট কৰি এই কথা জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে৷ বৰ্তমান দেশৰ ৰাজনীতিৰ অন্যতম চৰ্চিত ব্যক্তি অমিত শ্বাহে প্ৰাথমিক উপসৰ্গ দেখাৰ বাবে ক’ৰোনা
Read More...

পঞ্জাৱত বিষাক্ত মদ্যপান : মৃত্যু সংখ্যা ৫৭লৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ পঞ্জাৱত বিষাক্ত মদ্যপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ শনিবাৰৰ তথ্য মতে বিষাক্ত মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭ জনলৈ বৃদ্ধি পালে৷ প্ৰাপ্ত তথ্য মতে তৰেণ তাৰাণ জিলাত ৩৭ জন লোকৰ মৃত্যু হৈছে৷
Read More...

বহু বেছি কৰ্মসংস্থাপনমুখী হ’ব নতুন শিক্ষানীতি : প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ দেশজুৰি বিতৰ্ক চলি থকা সময়তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এক ভাৰ্চুৱেল সভাত অংশগ্ৰহণ কৰে৷ স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২০ৰ গ্ৰাণ্ড ফিনালৰ সূচনাপৰ্বৰ বক্তৃতাত প্ৰধানমন্ত্ৰীয়ে কয়, বাবা
Read More...

শচীনসহ আন বিধায়কক স্বাগত জনাবলৈ সাজু অশোক গেহলট

অনলাইন বাৰ্তা, ১ আগষ্ট : শচীনৰ ধুমুহাত বিপৰ্যস্ত গেহলট ৷ এতিয়া আস্থা ভোটৰ নাম মুখত নাই ৷ এইবাৰ বাৰম্বাৰ শচীন পাইলট আৰু দলৰ বিদ্ৰোহী বিধায়কক ঘুৰাই অনাৰ কথা কৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক পাইলটে ৷ ৰাজ্যৰ ৰাজনৈতিক সংকটৰ বাবে তেওঁ
Read More...

ৰাম মন্দিৰৰ আধাৰশিলা : ৪-৫ আগষ্টত উত্তৰ প্ৰদেশত দীপাৱলী

দৈনন্দিন বাৰ্তা ডেস্ক : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অহা ২ আগষ্টত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ বাবে চলাই থকা প্ৰস্তুতিৰ বুজ লোৱা উদ্দেশ্যে অযোধ্যা ভ্ৰমণ কৰিব ৷ উল্লেখ্য যে অহা ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম
Read More...

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহীন প্ৰমাণপত্ৰ ল’ব লাগিব সেনাবাহিনীক লৈ চিনেমা, ডকুমেণ্টেৰী…

দৈনন্দিন বাৰ্তা ডেস্ক : যিকোনো বিষয়বস্তুত এতিয়াৰে পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা আপত্তি বিহিন প্ৰমাণপত্ৰ (এনঅ’চি) বা ক্লিয়েৰেঞ্ছ ল’ব লাগিব৷ কেতবোৰ ৱেব ছিৰিজে সশস্ত্ৰ বাহিনীৰ একোটা বিকৃত চিত্ৰ উপস্থাপন কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হয়৷
Read More...

নতুন দিল্লীত টিভি এনকৰৰ আত্মহত্যা

দৈনন্দিন বাৰ্তা ডেস্ক : নতুন দিল্লীৰ ৱেলকম এলেকাত এটা টেলিভিচন বাতৰি চেনেলৰ এগৰাকী এনকৰে শুকুৰবাৰে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘৰতে আত্মহত্যা কৰা প্ৰিয়া জুনেজা (২৪) নামৰ এনকৰগৰাকীয়ে ক’ভিড-১৯ সংক্ৰমণৰ মাজত বৰ্তমান সমস্যাৰ
Read More...

২ বিমানৰ মুখামুখি সংঘৰ্ষত নিহত ৭

দৈনন্দিন বাৰ্তা ডেস্ক : এংকৰবেজত শুকুৰবাৰে মাজ আকাশত মুখামুখি দুখন বিমান সংঘৰ্ষ হোৱাত সকলো যাত্ৰীৰ মৃত্যু হয়৷ তাৰে এখন বিমান চলোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিবক্তাসহ সাতজন লোকৰ মৃত্যু হয়৷ আলাস্কাৰ কৰ্মকৰ্তাই এই কথা জনাইছে৷ পেনিনছুলাৰ কেনাই
Read More...

ক’ৰোনাত যোৱা চাৰি দিনত দেশত দুই লাখৰো অধিক আক্ৰান্ত

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ক’ৰোনাত বৃহস্পতিবাৰে ৫২ হাজাৰ, শুকুৰবাৰে ৫৫ হাজাৰ নতুন আক্রান্ত হৈছিল। শনিবাৰে আক্ৰান্ত হ’ল ৫৭ হাজাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৭,১১৮ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ফলত দেশত
Read More...