Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

আজি ত্যাগ আৰু ভাতৃত্ববোধৰ উত্‍সৱ ঈদ- উজ-জোহা, নহয় সমূহীয়া নামাজ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ দেশত কোৰোণাৰ মহামাৰীৰ সংহাৰ অব্যাহত আছে। কোৰোণাৰ ফলত অসমৰ লগতে দেশবাসীয়ে  বঞ্চিত হৈছে বিভিন্ন উত্‍সৱ উদযাপনৰ পৰা। আজি ইছলামধৰ্মী লোকসকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ পবিত্ৰ উত্‍সৱ ঈদ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য
Read More...

পঞ্জাৱত বিষাক্ত মদ পান কৰি ২১ জনৰ মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক : পঞ্জাৱত বিষাক্ত মদ পান কৰি ২১ জন লোকৰ মৃত্যু হৈছে৷ অমৃতসৰত বুধবাৰে ৰাতি প্ৰথমে ৫জনৰ মৃত্যুৰ খবৰ আহিছিল৷ কিন্তু ইয়াৰ পাছত গুৰুদাসপুৰ আৰু তৰণ তাৰণ জিলাৰ পৰা বিষাক্ত মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা আহি আছে৷
Read More...

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী ডি. ৰামকৃষ্ণ ৰাওৰ প্ৰেছ বাৰ্তা ।…

যোৱা ছয় বছৰ ধৰি বিভিন্ন শিক্ষাবিদ, বুদ্ধিজীৱী, আলোচক, শৈক্ষিক নেতৃত্ব, প্ৰশাসক তথা শৈক্ষিক জগতৰ অন্যান্য শুভ চিন্তকৰ পৰামৰ্শ, ভৌগোলিক দৃষ্টিৰে প্ৰায় এক লাখ গাঁৱৰ সৈতে কৰা যোগাযোগ, অসংখ্য কৰ্মশালাৰ আয়োজন আৰু আলোচনা-বিলোচনাৰ পাছত বহু
Read More...

চীনা এপৰ পাছত ৰঙীন টিভি আমদানিত নিষেধাজ্ঞা ভাৰতৰ

দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ বিৰুদ্ধে পুনৰ পদক্ষেপ ল’লে ভাৰতে৷ ইয়াৰ আগতে ভাৰতে চীনৰ এপ নিষিদ্ধ কৰিছিল৷ এইবাৰ চীনৰ ৰঙীন টেলিভিছন আমদানিৰ ওপৰত বিধিনিষেধ আৰোপ কৰিলে ভাৰতে৷ ইয়াৰ লগে লগে চীনৰ ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত হৈ পৰিছে৷
Read More...

আইপিএল : আমিৰশ্বাহিত ক্ৰিকেটাৰে মানিব লগা নিয়ম প্ৰকাশ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত সিদ্ধান্ত দিবলৈ বাকী যদিও আসন্ন আইপিএলৰ বাবে সকলো কথাই হৈ গৈছে৷ সংযুক্ত আৰৱ আমিৰশ্বাহিত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই মেগা টুৰ্ণামেণ্ট৷ ফাইনেল খেলখন ৮ বা ১০ ছেপ্টেম্বৰত হ’ব৷ দেওবাৰে
Read More...

আগষ্ট মাহত ছবিগৃহ খোলাৰ পৰিকল্পনা লগতে বলিউড ছবিৰ চিত্ৰগ্ৰহণ

✍ ভিকি শৰ্মা সমগ্ৰ বিশ্বতে ক'ৰোনাৰ ভয়ংকৰ ত্ৰাসৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিৰ জীৱন জীৱিকা। সমান্তৰালকৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ দৰে বলিউড উদ্যোগটিয়েও চৰকাৰে বান্ধি দিয়া ল'কডাউন তিনি মাহ ধৰি ঘৰতেই আৱদ্ধ হৈ থকাৰ
Read More...

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ নতুন ৰহস্য

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক লৈ সৃষ্টি হৈছে নতুন ৰহস্য। সুশান্তৰ প্ৰাক্তন প্ৰেয়সী অংকিতা লৌক্ষণ্ডেৰ এটা মন্তব্যই সৃষ্টি কৰিছে আন এক ৰহস্যৰ। অংকিতাৰ মন্তব্যৰ পাছতেই এতিয়া পুনৰ তীব্ৰ চৰ্চালৈ আহিছে
Read More...

আত্ম নিৰ্ভৰশীল ভাৰতৰ কথা কোৱা চৰকাৰ নিজেই আত্ম নিৰ্ভৰশীল নহয়

✍ জিতু দাস চলিত বিত্তীয় বৰ্ষত ভাৰতৰ এনিডএ নেতৃত্বাধীন চৰকাৰৰ বৃত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মুখত আখৈ ফুটাদি ফুটিল ২০ লাখ কোটি টকাৰ এটি বৃহৎ পেকেজ। পেকেজ মানে সাহাৰ্য্য নহয়, এয়া সৰু সুৰা লঘু উদ্যোগ সমূহক পুনৰুজ্জীৱিত কৰাৰ বাবে ঋণ প্ৰদান
Read More...

ক’ৰোনাত মৃত্যুৰ সংখ্যাত ইটালীক পিছ পেলাই বিশ্বৰ পঞ্চম স্থানত ভাৰত

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৫,০৭৮ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ফলত দেশত ক’ৰোনাত আক্ৰান্তৰ মুঠ সংখ্যাটো হ’ল ১৬ লাখ ৩৮ হাজাৰ ৮৭০ জন৷
Read More...

ভাৰতত শীঘ্ৰে ৭ নতুন পথত বুলেট ট্ৰেইন : তীব্ৰ বেগী ৰে’লৰ ট্ৰেকৰ বাবে ভূমি অধিগ্ৰহণ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শীঘ্ৰে সাতটা নতুন ৰুটত দ্ৰুতগতিৰ বুলেট ট্ৰেইনৰ বিশাল নেটৱৰ্ক তৈয়াৰ কৰা হ’ব৷ এই প্ৰকল্পটো ত্বৰান্বিত কৰিবলৈ ভাৰতৰ ৰে’ল বিভাগে ভাৰতৰ ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষৰ সৈতে অতিৰিক্ত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷
Read More...