Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

১৫ আগষ্টত অযোধ্যাৰ ৰাম জন্মভূমিত পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম জন্মভূমিত অহা ১৫ আগষ্টত পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইয়ে সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে৷ চোৰাংচোৱা এজেন্সীৰ সূত্ৰত এই কথা প্ৰকাশ৷ চোৰাংচোৱা এজেন্সী 'ৰ’ই প্ৰকাশ কৰা মতে আক্ৰমণৰ বাবে আইএছআইয়ে লস্কৰ
Read More...

ন’ বলৰ সিদ্ধান্ত দিয়াৰ নিয়ম সলনি আইচিচিৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিভিন্ন মেগা টুৰ্নামেণ্টত আম্পায়াৰৰ ভুলৰ বাবে খেলৰ গতি সলনি হয় ৷ এনেবোৰ কথা লক্ষ্য কৰি আছে আইচিচিয়ে ৷ এইবাৰ আইচিচিয়ে ন’ বলৰ ক্ষেত্ৰত নিয়ম সলনি কৰিব ৷ এদিনীয়া ক্ৰিকেটত ঘটিব এই অভিনৱ ঘটনা ৷ এতিয়া ন’ বল কল কৰাৰ
Read More...

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৭,৭০৩

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে৷ আক্ৰান্তৰ সংখ্যা ১৫ লাখ স্পৰ্শ কৰিবলৈ বেছি ক্ষণ নাই৷ যোৱা ২৪ ঘণ্টাত ভাৰতবৰ্ষত ৪৭,৭০৩ জন আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১৪ লাখ ৮৩ হাজাৰ ১৫৬
Read More...

কঁঠালে প্ৰতিৰোধ কৰে বহু জটিল ৰোগ, এটা কঁঠাল গুটিৰ দাম হৈছেগৈ ১৫ টকা

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কঁঠাল, কৰ'নাৰ লগতে বহু জটিল ৰোগ প্ৰতিৰোধ কৰাৰ গুণৰ বাবে এইবাৰ চৰ্চালৈ আহিছে আপোনাৰ মোৰ চিৰ পৰিচিত কঁঠাল। । বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে, কঁঠালত থকা গুণাগুণে বৃদ্ধি কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা।কঁঠালত
Read More...

বাংলাদেশত ৩০০ বছৰীয়া কালী মন্দিৰৰ পুনৰ্নিমাণ আৰম্ভ ভাৰতৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বাংলাদেশৰ উত্তৰাঞ্চলৰ নাটোৰে জিলাত অৱস্থিত ৩০০ বছৰ পুৰণি শ্ৰীশ্ৰী জয় কালী মাতাৰ মন্দিৰ সোমবাৰৰ পৰা ভাৰতে পুনৰ্নিমাণ আৰম্ভ কৰিছে ৷ এই মন্দিৰৰ পুনৰ্নিমাণ কাৰ্য ভাৰতীয় সাহায্যত ৯৭ লাখ বাংলাদেশী টকাত আৰম্ভ কৰা হৈছে
Read More...

ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ ৫ খন ৰাফেল বিমান

দৈনন্দিন বাৰ্তা ডেস্ক : সকলো বিতৰ্কৰ অৱসান ঘটাই ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ পাঁচখন ৰাফেল বিমান ৷ অহা ২৯ জুলাই, বুধবাৰে সেই বিমানকেইখন হাৰিয়ানাৰ অম্বালাত ভাৰতীয় বায়ুসেনাত যোগ দিবহি৷ উল্লেখ্য যে মুঠ ৩৬ খন এনে বিমান
Read More...

যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাৰ সংক্ৰমণৰ হাৰ ৯.৬৯ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক :ক’ৰোনা ভাইৰাছত যোৱা দুটা দিনত দেশত এক লাখৰো অধিক লোক আক্ৰান্ত হয়৷ ফলত আক্ৰান্তৰ সংখ্যা ১৪ লাখ স্পৰ্শ কৰিলেগৈ৷ প্ৰতি দিনে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশাসন আৰু চিকিৎসকসকল চিন্তিত হৈ পৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য
Read More...

সুশান্ত অভিনীত চলচ্চিত্র শেষৰখন চলচ্চিত্র ‘দিল বেচাৰা’ই গঢ়িলে অভিলেখ

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ সুশান্ত সিং ৰাজপুতৰ জীৱনকালৰ শেষৰখন ছবিয়ে গঢ়িলে অভিলেখ। তিনিঘন্টাত IMDBত ১০ৰেটিংৰে জিলিকি উঠিল সুশান্ত সিং ৰাজপুত অভিনীত শেষৰখন চলচ্চিত্র দিল বেচাৰাই। নিজস্ব অভিনয়েৰে দৰ্শকৰ হৃদয়ত কম দিনৰ ভিতৰতে স্থান
Read More...

১ আগষ্টৰ পৰা আনলক ৩.০ : পুনৰ মুকলি হোৱাৰ সম্ভাৱনা চিনেমা হলৰ দোৱাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অব্যাহত থকা আনলক ২ অহা ৩১ জুলাইত শেষ হ’ব৷ ইয়াৰ পাছতে আহিব আনলক ৩৷ এই আনলক ৩ৰ বাবে চৰকাৰে নতুন নীতি নিৰ্দেশনা প্ৰস্তুত কৰিব যিবোৰ আগষ্টৰ পহিলা দিনটোৰ পৰা বলবৎ হ’ব ৷ এই আনলক ৩ত
Read More...

লকডাউনে আৰ্থিক প্ৰভাব পেলাইছে অধিবক্তাক ৷ শীঘ্ৰেই চৰকাৰে আৰ্থিক সাহৰ্য্য প্ৰদান কৰক অধিবক্তা সকলক :…

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা প্ৰতিৰোধৰ একমাত্ৰ উপায় হিছাপে সমগ্ৰ দেশত প্ৰযোজ্য হৈছে লকডাউন৷ দেশৰ লগতে ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকসকল কম-বেছি পৰিমাণে আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷ আইনী প্ৰক্ৰিয়াত ওত:প্ৰোতভাৱে জড়িত অধিবক্তা সকলৰ ৮০ শতাংশ
Read More...