Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

দৰমহা মাহে ২৪,০০০ টকা; লিখিত পৰীক্ষা নাই, সাক্ষাৎকাৰ ভিত্তিত নিযুক্তি

সেনাত চাকৰি কৰিবৰ বাবে বহুৱে আশা কৰে ৷ সেনাৰ ৱেষ্টাৰ্ণ কমাণ্ডত ওলাইছে কেতবোৰ চাকৰি৷ ইয়াৰ বাবে কোনো লিখিত পৰীক্ষা নহয় ৷ ইচ্ছুক প্ৰাৰ্থীয়ে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷ এই চৰকাৰী চাকৰিৰ বাবে প্ৰকাশ কৰা জাননী মতে সাক্ষাৎকাৰ ভিত্তিত
Read More...

মানৱীয়তাৰ নিদৰ্শন : এজনী চৰাইৰ কণীৰ বাবেই ৩৫ দিন অন্ধকাৰত তামিলনাডুৰ গাঁওবাসীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : এজনী চৰায়ে ছুইচ ব’ৰ্ডত বাহ সাজি লৈছে৷ তাতে আছে চৰাইজনীৰ কণী ৷ এই চৰাইজনীৰ লগতে কণীকেইটা বচাই ৰাখিবৰ বাবে গোটেই গাঁওখনৰ ৰাইজে ৩৫ দিন অন্ধকাৰতে থাকিল ৷ কোনেও আন্ধাৰত ঘৰ আলোকিত নকৰিলে ৷ যিসময়ত ভাৰতত হাতী, কুকুৰ, গৰু
Read More...

প্লাৱিত কাজিৰঙা দেখি অশ্ৰু ব্ৰিটিছ ৰাজকুমাৰ-ৰাজকুমাৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : চাৰি বছৰৰ আগতে কাজিৰঙা ভ্ৰমণ কৰিছিল ব্ৰিটিছ ৰাজকুমাৰ আৰু ৰাজকুমাৰীয়ে৷ কাজিৰঙাত অৰণ্যৰ মাজত প্ৰাণীৰ মুক্ত জীৱন দেখি তেওঁলোক আপ্লুত হৈ পৰিছিল৷ নিজৰ হাতেৰে গঁড়, হাতীক খাবলৈ দি আনন্দত উতলি উঠিছিল৷ তেওঁলোকৰ স্মৃতিৰ মানস
Read More...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কি বাত’ : কাৰ্গিলত ভাৰতীয় সেনাই দিয়া শিক্ষা চিৰজীৱনলৈ…

দৈনন্দিন বাৰ্তা ডেস্ক : দেওবাৰ দিনটো আছিল কৰ্গিল যুদ্ধৰ ২১ তম বিজয় দিৱস৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দেনটোতে তেওঁৰ 'মন কি বাত' অনুষ্ঠানত সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে৷ অটল বিহাৰী বাজপেয়ীৰ দিনত জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত
Read More...

শিল্পী এ আৰ ৰহমানৰ বিস্ফোৰণ : ‘বলীউডত এটা গেঙে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে’

দৈনন্দিন বাৰ্তা ডেস্ক : বলীউডৰ ছবি উদ্যোগত 'গেং'লৈ এইবাৰ সৰৱ হৈ পৰিছে স্বয়ং অস্কাৰ জয়ী সংগীত শিল্পী এ আৰ ৰহমান ৷ বলীউডত যি গেঙৰ আধিপত্য চলিছে তিক একপ্ৰকাৰ স্বীকাৰ কৰিছে খ্যাতনামা এই সংগীত শিল্পীজনে৷ তেওঁ কয়, ফ্লিম ইণ্ডাষ্ট্ৰীত এটা 'গেং'
Read More...

ক’ৰোনাত আক্ৰান্ত মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাত আক্ৰান্ত হ’ল মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান। শনিবাৰে এই কথা টুইট কৰি জনালে স্বয়ং মুখ্যমন্ত্ৰীজনে৷ হিন্দীতে টুইট কৰি লিখে, মোৰ প্ৰিয় দেশবাসী ৷ মোৰ কিছুদিন ধৰি ক’ৰোনা উপসৰ্গই দেখা দিছিল ৷ পৰীক্ষা
Read More...

কৰ্ণাটকৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ২০০০ কোটি টকাৰ ক’ভিড কেলেংকাৰীৰ অভিযোগ

দৈনন্দিন বাৰ্তা ডেস্ক : ২০০০ কোটি টকাৰ ক’ভিড কেলেংকাৰীৰ অভিযোগ উঠিছে কৰ্ণাটকৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে৷ হাতত প্ৰমাণৰ নথিপত্ৰ আছে বুলি দাবী কৰিছে কংগ্ৰেছ নেতা চিদ্দাৰামাইয়াই৷ অভিযোগ মতে বজাৰৰ দামতকৈ বেছি দামত ভেণ্টিলেটৰ কিনা হৈছে৷
Read More...

তৎকালে বিধানসভাৰ অধিৱেশন আৰম্ভ কৰাৰ দাবীত ৰাজভৱনৰ সমুখত ধৰ্ণা ৰাজস্থানৰ বিধায়কৰ

দৈনন্দিন বাৰ্তা ডেস্ক : গৰিষ্ঠ সংখ্যক সমৰ্থন লৈ থকা বুলি দাবী কৰি আস্থা ভোটৰ সন্মুখীন হ’বলৈ আপত্তি নাই বুলি মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজস্থানৰ ৰাজ্যপালক জনাইছে ৷ শচীন পাইলট আৰু তেওঁৰ অনুগামী ১৮ জন বিধায়কৰ বিৰুদ্ধে এতিয়াই পদক্ষেপ গ্ৰহণ
Read More...

ছুইগিৰ জৰীপ : লকডাউনৰ সময়ত ৫.৫ লাখৰো অধিক বিৰিয়ানীৰ অৰ্ডাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড-১৯ মহামাৰীৰ সময়ত নিৰাপত্তাজনিত কাৰণত একাংশ লোকে অনলাইনত তেওঁলোকৰ পচন্দৰ খাদ্য সামগ্ৰী অৰ্ডাৰ দিয়ে বুলি ছুইগিৰ এক জৰীপত প্ৰকাশ ৷ ষ্টেটিটিষ্টিক্স ঃ দ্য কোৱাৰেণ্টাইন সংস্কৰণ শিৰোনামাৰ বিতৰণ প্লেটফৰ্মৰ প্ৰতিবেদন
Read More...

আইপিএলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলৰ ঘোষণা : ১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহিত আইপিএল

দৈনন্দিন বাৰ্তা ডেস্ক : সংযুক্ত আৰব আমিৰশ্বাহিত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আইপিএল অনুষ্ঠিত হ’ব ৷ এই কথা জনাইছে আইপিএলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে ৷ টি-২০ বিশ্ব কাপ পাছৰ বছৰলৈ পিছুৱাই যোৱাৰ পাছত আইপিএলক অনুষ্ঠিত কৰাক লৈ চৰ্চা চলি আছিল৷ ভাৰতীয়
Read More...