Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ড’প টেষ্টত ব্যৰ্থ বাহৰেইনৰ এথলেট : এছিয়ান গেমছত সোণৰ পদক লাভ হীমা দাসৰ

দৈনন্দিন বাৰ্তা ডেস্ক : এছিয়ান গেমছৰ ট্ৰেকত হিমা দাসে লাভ কৰিলে আন এটা সোণৰ পদৰ ৷ স্মতৰ্ৱ্য যে ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতৰ ৪× ৪০০ মিটাৰ মিক্স দলটোৱে লাভ কৰিছিল ৰূপৰ পদক ৷ ভাৰতৰ এইটো দলত আছিল মহম্মদ আনাছ, হীমা দাস, পোভাম্মা আৰু
Read More...

টংলা কুকুৰাকাটা এইচ এছ এল চি গাইডৰ ২২ বছৰীয়া অবিৰত যাত্রা । ১৯৯৮ৰ পৰা বৰ্তমানলৈকে মেট্রিক…

টংলা : ওদালগুৰি জিলাৰ ভেৰগাওঁ মহকুমাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শৈক্ষিক দিশত উন্নত চহৰ টংলাৰ কুকুৰাকাটাত ১৯৯৮ চনতেই টংলা নিবাসী লোহি বড়োৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা টংলা গাইডৰ যাত্রা আজিও অবিৰতভাবে চলি আছে। বৰ্তমানলৈকে গাইডখনৰ পৰা
Read More...

কাইলৈ সদ্যপ্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন চলচ্চিত্ৰ DIL BECHARAৰ শুভমুক্তি, কিদৰে চাব…

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ কৰোনাৰ মাজতে চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰা সুশান্ত সিং ৰাজপুতৰ অন্তিম খন চিনেমা "দিল বেচাৰা" মুক্তি পাব শুকুৰবাৰে। ২৪ জুলাই অৰ্থাৎ কাইলৈ সন্ধিয়া ৭-৩০ বজাত
Read More...

বিতৰ্কৰ কেন্দ্ৰবিন্দু বলীউড : কাশ্মীৰী বিচ্ছিন্নতাবাদীৰ সৈতে শ্বাহৰুখ খানৰ ফটো

দৈনন্দিন বাৰ্তা ডেস্ক :  পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইৰ সৈতে বলীউডৰ সম্পৰ্ক আছে বুলি দাবী কৰিছে বিজেপিয়ে৷ ইয়াৰ পাছতে দেশত নতুন বিতৰ্কৰ সৃষ্টি হৈছে৷ বলীউডৰ তাৰকাই ভাৰত বিৰোধী শক্তিৰ লগত ফটোত উঠিছে, যিটো ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা
Read More...

ভাৰতৰ নিষেধাজ্ঞাত সংকটত নেপালৰ ৰিফাইন উদ্যোগ

দৈনন্দিন বাৰ্তা ডেস্ক : পৰিশোধিত তেল অৰ্থাৎ ৰিফাইন তেল আমদানিত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰাত নেপালৰ ব্যৱসায় সম্পূৰ্ণ স্থবিৰ হৈ পৰিছে৷ নেপালৰ বহু ৰিফাইন কোম্পানী আছে যিবোৰৰ পৰা ভাৰতে সামগ্ৰী কিনা বন্ধ কৰি দিছে৷ ফলত এই কোম্পানীবোৰে কেঁচামাল
Read More...

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃৰ ঘৰত অভিযান ইডিৰ

দৈনন্দিনবাৰ্তাডেস্ক: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃৰ ঘৰত অভিযান চলালে এনফৰ্চমেণ্ট ডিৰেক্টৰে ৷ সাৰ কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ বাবে জেৰাৰ সন্মুখীন হ’ব অগ্ৰসেন গেহলট৷ তেওঁৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে৷ ইডি
Read More...

এইবাৰ বেংক বেচৰকাৰীকৰণৰ পদক্ষেপ কেন্দ্ৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰে’ল, কয়লা, খনি, টেলিকম, প্ৰতিৰক্ষা, বিমান পৰিবহণ, বীমা, পেট্ৰ’লিয়াম আৰু কৃষিপণ্য বেচৰকাৰীকৰণ আৰু বিদেশী বিনিয়োগৰ দুৱাৰ খুলি দিয়াৰ প্ৰক্ৰিয়া কিছু দিনৰ আগতেই আৰম্ভ কৰিছিল নৰেন্দ্ৰ মোডী চৰকাৰে৷ এইবাৰ চৰকাৰৰ চকু
Read More...

বিহাৰত বজ্ৰপাতত ১০গৰাকী লোকৰ মৃত্যু, পৰিয়ালক ৪ লাখ টকাকৈ দিব চৰকাৰে

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বিহাৰত বজ্ৰপাত পৰি যোৱা মঙলবাৰে ১০গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। বজ্ৰপাতত বাংকা জিলাত চাৰিগৰাকী, নালন্দাত তিনিগৰাকী, জমুইত দুগৰাকী আৰু নাবাদাত এগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। বজ্ৰপাতত
Read More...

ক’ৰোনাত আক্ৰান্ত হৈ এটা পৰিয়ালৰ ৬ সদস্যৰ মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক :এটা পৰিয়ালৰ ছজনকৈ লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ ১৬ দিনৰ ভিতৰত মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ঝাৰখণ্ডত ৷ ঝাৰখণ্ডৰ ধানবাদৰ কাট্ৰাছত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ উল্লেখ্য যে এটা পষেকৰ আগতে পৰিয়ালটোৰ বয়স্ক
Read More...

২০২৩ চনৰ ভিতৰত উত্তৰ পূৱৰ সকলো ৰাজ্যৰ ৰাজধানীৰ সৈতে ৰে’ল সংযোগ ব্যৱস্থা

দৈনন্দিন বাৰ্তা ডেস্ক : ২০২৩ চনৰ ভিতৰত উত্তৰ পূৱৰ সকলো ৰাজ্যৰ ৰাজধানীৰ সৈতে ৰে’ল সংযোগ ব্যৱস্থা কৰা হ’ব ৷ ৰে’লৱে ব’ৰ্ডৰ সভাপতি বিনোদ কুমাৰ যাদৱে এক ভাৰ্চুৱেল মিডিয়া কনফাৰেন্সত এই কথা কয় ৷ আমি উত্তৰ পূৱৰ ৰাজ্যবোৰৰ ৰাজধানীৰ সৈতে সংযোগ
Read More...