Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বিজেপিৰ এগৰাকী সক্ৰিয় নেতা, মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী তেণ্ডনৰ দেহাৱসান

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী তেণ্ডনৰ দেহাৱসান। মঙলবাৰে পুৱা ৫.৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যপাল গৰাকীয়ে। লক্ষ্ণৌৰ মেডাতা হস্পাতালত চিকিতসাধীন হৈ আছিল ৰাজ্যপাল লালজী তেণ্ডন। ৮৫ বছৰীয়া ৰাজ্যপাল গৰাকীৰ
Read More...

হজ যাত্ৰাত মাত্ৰ ১০০০ জনক অনুমতি ছৌদি প্ৰশাসনৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা সংক্রমণ বৃদ্ধিৰ মাজতে সীমিত ৰূপত হজৰ আয়োজন কৰিছে ছৌদি আৰবে৷ ছৌদি প্ৰশাসনৰ তৰফৰ পৰা এক বিবৃতিত ঘোষণা কৰিছে যে এইবাৰ বিভিন্ন দেশৰ পৰা অংশ ল’বৰ বাবে মাত্ৰ এহেজাৰজনকহে অনুমতি দিয়া হৈছে৷ ইয়াৰ লগতে এই কথাও
Read More...

ৰে’লক ব্যক্তিগতকৰণৰ নীতি প্ৰত্যাহাৰ দাবীত প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ এআইচিচিটিইউৰ

তিনিচুকীয়া :  এন এফ ৰে'লৱে এমপ্লইজ ইউনিয়নৰ তিনিচুকীয়া বিভাগীয় কমিটীৰ সম্পাদক যথাক্ৰমে  ডিএম নেওগ আৰু এআইচিচিটিইউৰ অন্যতম সৰ্বভাৰতীয় তথা অসম ৰাজ্যিক সমিতিৰ সম্পাদক সুভাষ সেনে এক প্ৰেছ বিবৃতিযোগে আজি তিনিচুকীয়া বিভাগৰ ডিআৰএমৰ জৰিয়তে
Read More...

কাৰাগাৰৰত আত্মহত্যাৰ চেষ্টা প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ হত্যাকাৰীৰ

অনলাইন বাৰ্তা : কাৰাগাৰৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা কৰিলে ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ হত্যাকাৰী নলিনী শ্ৰীহৰণে৷ নলিনীৰ অধিবক্তাই জনায় যে সোমবাৰে গভীৰ নিশা আত্মহত্যাৰ চেষ্টা কৰে৷ উল্লেখ্য যে বিগত ২৯ বছৰ ধৰি তামিলনাডুৰ ভেলোৰৰ
Read More...

ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় টেষ্টত আইচিচিৰ নিয়ম ভাঙিলে ক্ৰিকেটাৰে : থু লগাই পলিচ কৰা বল ছেনিটাইজ…

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ পৰৱৰ্তী ক্ৰিকেটত মাৰাত্মক ভাইৰাছটোৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আৰু ক্ৰিকেটাৰসকলৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিয়ে বহু নিয়ম প্ৰৱৰ্তন কৰিছে ৷ যাৰ মাজত অন্যতম হ’ল বল পলিচ কৰোতে থু বা লেলাউটি
Read More...

দেশৰ যানবাহনৰ নম্বৰ প্লেটৰ ৰং সলনিৰ সিদ্ধান্ত কেন্দ্ৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক : যানবাহনৰ নম্বৰ প্লেটৰ ৰং সলনি কৰিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ ছাৰ্ভিচ অব ৰ’ড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে (এমঅ’আৰটিএইচ)ৰ তৰফৰ পৰা যোৱা ১৬ জুলাইত ইয়াকে লৈ জাননী জাৰি কৰিছে৷ এই নতুন নম্বৰ প্লেটৰ ক্ষেত্ৰত
Read More...

ৰাজস্থানৰ ৰাজনীতিৰ নতুন অধ্যায়, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সেখাৱাটলৈ SOGৰ নটিচ প্ৰেৰণ

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজনৈতিক অস্থিৰতাৰ মাজতে ৰাজস্থানৰ ৰাজনীতিৰ নতুন অধ্যায়ৰ সৃষ্টি হৈছে। ANI ত প্ৰকাশিত বাতৰি মতে ৰাজস্থানত  মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা ৰাজনৈতিক যুদ্ধৰ মাজতে কংগ্ৰেছে এটা অডিঅ ক্লিপ
Read More...

অচিৰেই দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিব প্লাজমা ৱাৰিয়ৰছ নামেৰে এক বিশেষ অভিযান

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কোৰোনা চিকিৎসাৰ বাবে দিল্লী আৰক্ষীৰ ২,৫০০ বিষয়া- জোৱানে দান কৰিব প্লাজমা। অচিৰেই দিল্লী আৰক্ষীয়ে প্লাজমা ৱাৰিয়ৰছ নামেৰে আৰম্ভ কৰিব এক অভিযান। ইতিমধ্যেই দিল্লী আৰক্ষীৰ ২৬ গৰাকী আৰক্ষীয়ে দান কৰিছে প্লাজমা।
Read More...

চাৰিবাৰ ফলাফল নিগেটিভ : পঞ্চমবাৰ ফলাফল অহাৰ আগতেই হাইদৰাবাদত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু সহকাৰী উপ…

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে হাইদৰাবাদত ৷ যোৱা শুকুৰবাৰে ক’ভিড-১৯ত আক্ৰান্ত হৈ এজন সহকাৰী উপ পৰিদৰ্শকৰ হাইদৰাবাদত মৃত্যু হয় ৷ তেওঁ চাৰিবাৰ ক’ৰোনা ভাইৰাছৰ পৰীক্ষা কৰাৰ পাছত প্ৰতিবাৰতে নিগেটিভ পায়৷
Read More...

নাছাৰ সতৰ্কতা : ২৪ জুলাইত বিশাল গ্ৰহাণু পাবহি পৃথিৱীৰ কাষলৈ

দৈনন্দিন বাৰ্তা ডেস্ক : নেচনেল এৰ’নেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন অৰ্থাৎ নাছাই সতৰ্কতা জাৰি কৰিছে যে ২৪ জুলাইত এটা বিশাল গ্ৰহাণু যাক "গ্ৰহাণু ২০২০ এনডি" বুলি কোৱা হৈছে, পৃথিৱী পাৰ হৈ যাব৷ ইয়াৰ লগতে জনাইছে যে দুটা গ্ৰহাণু আছে যি
Read More...