Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজাত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে

দৈনন্দিন বাৰ্তা ডেস্ক : ৫ আগষ্টত অযোধ্যাত হ’ব লগা ৰাম মন্দিৰৰ ভূমি পূজাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী অযোধ্যাত সেইদিনা দিনৰ ১১ বজাৰ পৰা দিনৰ ১.১০ বজালৈকে থাকিব৷ প্ৰাপ্ত তথ্য মতে সেইদিনা পুৱা ৫ বজাৰ পৰা ভূমি
Read More...

ক’ৰোনাত আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি : পশ্চিম বংগ, বিহাৰ, ওড়িশ্যা, অসমলৈ পত্ৰ কেন্দ্ৰৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : দিনক দিনে ক’ৰোনাত আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে দেশৰ চাৰিখন ৰাজ্যত ৷ পশ্চিম বংগ, বিহাৰ, ওড়িশ্যা আৰু অসমত ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰই চিঠি দিছে ৷ চিঠিত কনটেনমেণ্ট জ’নত কঠোৰ হৈ লকডাউন
Read More...

উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বিপক্ষে আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত মুম্বাইত গ্ৰেপ্তাৰ হেমা চৌধুৰী ৷

দৈনন্দিন বাৰ্তা ডেস্ক : উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বিপক্ষে আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত নাগালেণ্ড আৰক্ষীয়ে বন্যপ্ৰাণী অধিকাৰ কৰ্মী হেমা চৌধুৰীক মুম্বাইৰ পৰা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে৷ হেমা চৌধুৰীক পশ্চিম মুম্বাইৰ অ’শ্বিৱাৰাৰ বাসগৃহৰ
Read More...

কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত সহায়ক হ’ব পাৰে শগুণী লতা ।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কৰোনা মহামাৰীৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াবলৈ বহু স্বাস্থ্য বিশেষজ্ঞই বিভিন্ন ধৰণৰ সামগ্রী ব্যবহাৰৰ বিষয়ে উল্লেখ কৰাৰ সময়ত ছচিয়েল মিডিয়াত শগুণী লতাই ওপৰত বিশেষ চৰ্চা লাভ কৰিছে।কৰ’না ভাইৰাছৰ
Read More...

লাডাখত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং : প্ৰতিপক্ষ যিমানেই শক্তিশালী নহওক, ভাৰতৰ এক ইঞ্চি মাটি কোনেও…

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰতিপক্ষ যিমানেই শক্তিশালী হওক কিয় ভাৰতৰ এক ইঞ্চি মাটি কোনেও কাঢ়ি নিব নোৱাৰে৷ লাডাখ সীমান্তত চীনৰ সৈতে সংঘাতক লৈ এইবাৰ এনেদৰে বাৰ্তা দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ দুদিনীয়া লাডাখ আৰু জম্মু-কাশ্মীৰ ভ্ৰমণত
Read More...

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : মঙলবাৰ পৰ্যন্ত কোনো ব্যৱস্থা ল’ব নোৱাৰিব শচীন পাইলট-অনুগামীৰ…

দৈনন্দিন বাৰ্তা ডেস্ক : মঙলবাৰ পৰ্যন্ত শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব ৷ এই কথা শুকুৰবাৰে জনালে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷ ‘‌দলবিৰোধী কাম’‌ৰ অভিযোগত পাইলট আৰু তেওঁৰ সংগীৰ বিধায়ক পদ খাৰিজ কৰাক লৈ কংগ্ৰেছ আৰু
Read More...

অনুৰাগীৰ আশাত চেঁচাপানী, সুশান্তৰ মৃত্যুক লৈ নহয় চি বি আই তদন্ত, স্পষ্ট কৰিলে মহাৰাষ্ট্ৰৰ…

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ বলিউড অভিনেতা সুশান্ত সিং ৰাজপুত মৃত্যুক লৈ নহয় চি বি আই তদন্ত। সামাজিক মাধ্যমত বিগত প্ৰায় এমাহ ধৰি সুশান্তৰ অনুৰাগীসকলে কৰি অহা চি বি আই তদন্তৰ দাবী নস্যাৎ কৰিলে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে।
Read More...

হঠাৎ সুৰ সলনি ট্ৰাম্পৰ, কেৱল ভাৰতকে নহয়, চীনকো ভালপায় মাৰ্কিন ৰাষ্ট্ৰপতিয়ে।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ হঠাৎ সুৰ সলনি কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কিছুদিনৰ আগতে চীন-ভাৰতৰ মাজত যদিহে সংঘৰ্ষ হয়, আমেৰিকা সদায়েই ভাৰতৰ কাষত থিয় দিব বুলি কোৱা ট্ৰাম্পে দিন বাগৰাৰ লগে লগে কথাও সলনি কৰিছে। শেহতীয়াকৈ মাৰ্কিন
Read More...

ই-মেইল যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি, সময় থাকোতেই ঠিক হওক, নহলে হেৰুৱাব লাগিব প্ৰাণ ।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ দুটাকৈ ই-মেইল যোগে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি। মুখ্যমন্ত্ৰীক ভাবুকি, সময় থাকোতেই শুধৰণি হওক, নহলে হেৰুৱাব লাগিব প্ৰাণ। বৃহস্পতিবাৰে এনেদৰে ইমেইল যোগে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক প্ৰাণে মৰাৰ ভাবুকি
Read More...

বিহাৰত ২৬৪ কোটি টকীয়া দলঙৰ সলিল সমাধি ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বিহাৰত এখন দলঙৰ সলিল সমাধি ঘটিছে৷ এই দলংখন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উদ্বোধন কৰিছিল৷ উদ্বোধনৰ পাছত এমাহো নগ’ল দলংখন৷ উল্লেখ্য যে যোৱা ১৬ জুনত গণ্ডক নদীৰ ওপৰৰ সাত্তাৰঘাট নামৰ সেতুখন বিহাৰৰ মুখ্যমন্ত্ৰী
Read More...