Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অচিৰেই আউটডেটেড 4G, গুগলৰ হাতত ধৰি ভাৰতত আৰম্ভ হ’ব 5G সেৱা ।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ অচিৰেই আউটডেটেড হৈ পৰিব পাৰে 4G ইণ্টাৰনেট ! গুগলৰ হাতত ধৰি ভাৰতত 5G সেৱা আৰম্ভ কৰিবলৈ ওলাইছে আম্বানিৰ ৰিলায়েন্স জিঅ’ই। ৪৩ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত 4G ইণ্টাৰনেট তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত বিপ্লৱৰ সৃষ্টি
Read More...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদত নিৰ্বাচিত ভাৰত : ১৭ জুলাইত গুৰুত্বপূৰ্ণ ভাষণ…

দৈনন্দিন বাৰ্তা ডেস্ক : নৰৱে, আয়াৰলেণ্ড আৰু মেক্সিকোৰ লগতে ভাৰত অহা ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে দুবছৰৰ বাবে নিৰ্বাচিত হৈছে৷ ভাৰতে বৃহৎ পৰিমাণৰ ভোট লাভ কৰি এই সদস্যপদ লাভ
Read More...

কাটাৰত ২০২২ চনৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰত বিশ্ব কাপ ফুটবল ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ২০২২ চনৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব বিশ্ব কাপ ফুটবল ৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে শীতকালত এই ফুটবল বিশ্ব কাপ অনুষ্ঠিত হ’ব৷ ইয়াৰ পূৰ্বে শীতকালত পুৰুষৰ বিশ্ব কাপ ফুটবল অনুষ্ঠিত হোৱা নাছিল ৷ এইবাৰ
Read More...

ভাল ইংৰাজী কোৱা, ভাল বাইট দিয়া, সুদৰ্শন হ’লে সকলো নহয় : অশোক গেহলট ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বৰ্খাস্ত কৰা উপ মুখ্যমন্ত্ৰী শচীন পাইলট আৰু ১৮ জন বিদ্ৰোহী কংগ্ৰেছ বিধায়কক শুকুৰবাৰৰ ভিতৰত প্ৰত্যুত্তৰ দিবলৈ জাননী জাৰি কৰিছিল ৷ আনহাতে বুধবাৰে মুখ্যমন্ত্ৰী অশোক গেহলট চৰকাৰক অস্থিতিশীল কৰাৰ কাৰণে বিজেপিৰ প্ৰভাৱত
Read More...

২৭ জুলাইত চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা : ৰাছিয়াৰ পাছত আশাৰ বাণী শুনালে আমেৰিকাই ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছত প্ৰতিদিনে বহু লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে৷ ইতিমধ্যে ৰাছিয়াৰ গামালেই ইনষ্টিটিউট অৱ এপিডেম’লজী এণ্ড মাইক্ৰবায়’লজীৰ পাছত আশাৰ বাণী শুনালে আমেৰিকাৰ গৱেষণা প্ৰতিষ্ঠান মডেৰ্ণাই৷ এই
Read More...

মংগোলীয়াত বুবোনিক প্লেগত মৃত্যু কিশোৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : এটি কিশোৰ বুবোনিক প্লেগত মৃত্যু হৈছে বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে পশ্চিম মংগোলীয়াৰ গভি-আলটাই ৰাজ্যৰ ১৫ বছৰীয়া কিশোৰটিৰ যোৱা দেওবাৰে গা বেয়া লাগে৷ টুগৰুক জিলাৰ
Read More...

সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩ মিলিয়ন অতিক্ৰম ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩ মিলিয়ন অতিক্ৰম কৰিলে৷ আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈকে ৫.৭২ লাখ লোক মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত হংকঙৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে
Read More...

দেশৰ ২২ ৰাজ্যত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাতকৈ অধিক ক’ৰোনা পৰীক্ষা ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ২২ খন ৰাজ্যত প্ৰতি দিনে প্ৰতি মিলিয়নত ১৪০ জন লোকৰ ক’ৰোনা পৰীক্ষা কৰা হৈছে৷ কেন্দ্ৰই এই কথা নিশ্চিত কৰিছে৷ এই তথ্যই বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দ্ধাৰণ কৰা পৰিমাণ অতিক্ৰম কৰিছে৷ এই ৰাজ্যবোৰৰ ভিতৰত গোৱাত প্ৰতি
Read More...

ছুটি কথা ছৱিৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম খোদিত কৰিলে নলবাৰীৰ যুৱকে।

দক্ষতা আৰু প্ৰতিভাৰ বিকাশ ঘটাই নলবাৰীৰ এজন যুৱকে ছুটি কথাছবিৰে আন্তৰ্জাতিক পৰ্য্যায়ত নিজৰ নাম খোদিত কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম অংকিত কৰি গৌৰৱ কঢ়িয়াই অনা এই যুৱকজন হৈছে নলবাৰীৰ কাজিপাৰা নিবাসী চিন্ময়
Read More...

মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি শাস্তিৰ সন্মুখীন : উপ মুখ্যমন্ত্ৰী পদৰ পৰা…

দৈনন্দিন বাৰ্তা ডেস্ক : মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দলৰ কঠোৰ শাস্তিৰ সন্মুখীন হ’ল শচীন পাইলট৷ তেওঁক ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰা হৈছে৷ ইয়াৰ লগতে পাইলটক ৰাজস্থান প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰাও
Read More...