Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

১৭ খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰীৰ আলোচনা…

দৈনন্দিন বাৰ্তা ডেস্ক : যুৱ বিষয়ক, ক্ৰীড়া মন্ত্ৰালয় আৰু ১৭ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে মঙলবাৰে ভৱিষ্যতৰ ক্ৰীড়াৰ কৰ্মসূচী পৰিকল্পনাৰ বাবে এক মতবিনিময় কৰে৷
Read More...

শিশুৰ দেহত কাৱাছাকি ছিন্ড্ৰম নামৰ নতুন ৰোগ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড-১৯ৰ সংক্ৰমণ ভাৰতত চলি থকাৰ সময়তে শিশুৰ মাজত কাৱাছাকি ছিন্ড্ৰম নামৰ এটা নতুন ৰোগৰ সংক্ৰমণ হৈছে ৷ 'মাল্টিছিষ্টেম ইনফ্লেমেটৰী ছিনড্ৰম' নামেৰে পৰিচিত এই ৰোগৰ ফলত জ্বৰ হয় আৰু দেহৰ ৰক্ত পৰিবাহী
Read More...

ভাৰতত ৭৫ হাজাৰ কোটি বিনিয়োগ কৰিব গুগলে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বিশাল অংক বিনিয়োগ কৰিব গুগলে৷ সোমবাৰে টুইট কৰি এই কথা জনাইছে গুগলৰ চিইঅ’ সুন্দৰ পিচাই ৷ ভাৰতৰ ডিজিটেল অৰ্থনীতিৰ উন্নয়নৰ বাবে এই অৰ্থ বিনিয়োগ কৰা হ’ব বুলি তেওঁ জনায় ৷ চীনৰ সৈতে উত্তেজনা আৰু ক’ৰোনা ভাইৰাছৰ বাবে
Read More...

১০জনৰ বেছি বিধায়ক নাই শচীন পাইলট শিবিৰত ৷ নিজৰ ক্ষমতা দেখুৱাই দিলে মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজস্থানৰ শচীন পাইলট শিবিৰে দাবী কৰিছিল যে তেওঁৰ সৈতে ৩০ জন বিধায়ক আছে ৷ কিন্তু সোমবাৰে পুৱা নিজৰ ক্ষমতা দেখুৱাই দিলে মুখ্যমন্ত্ৰী অশোক গেহলটে ৷ উল্লেখ্য যে ৰাজস্থান বিধানসভাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ১০৭ জন ৷
Read More...

মধ্য প্ৰদেশত ২৮ মন্ত্ৰীৰ দপ্তৰ বিতৰণ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰীসভাত ২৮ জন মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰে ৷ মন কৰিব লগা যে এসপ্তাহৰ আগতে মুখ্যমন্ত্ৰীজনে তেওঁৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰাৰ বিষয়ে ইংগিত দিছিল ৷ ইয়াৰ ভিতৰত মধ্যপ্ৰদেশৰ
Read More...

প্ৰথমবাৰলৈ মুখত মাস্ক পিন্ধিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰথমবাৰৰ বাবে মুখত মাস্ক পিন্ধিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷ উল্লেখ্য যে ক’ভিড-১৯ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে মানুহে যিসময়ত মাস্ক পৰিধান কৰি আছে সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে পৰিধান নকৰাকৈ আছিল ৷
Read More...

ভাৰতত প্ৰৱেশৰ বাবে অপেক্ষাত পাকিস্তান সমৰ্থিত ২৫০-৩০০ সন্ত্ৰাসবাদী ৷

দৈনন্দিন বাৰ্তা ডেস্ক : সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ বাবে ২৫০-৩০০ সন্ত্ৰাসবাদী অপেক্ষা কৰি আছে বুলি শনিবাৰে ভাৰতীয় সেনাই সতৰ্ক কৰি দিছে ৷ জম্মু আৰু কাশ্মীৰ সীমান্তৰ দুটা ছেক্টৰত ভাৰতীয় জোৱানৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানৰ বৰ্ডাৰ
Read More...

নেপালত ভূমিস্খলনত নিহত ১৫ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বৰষুণৰ ফলত পশ্চিম নেপালত শনিবাৰে হোৱা ভূমিস্খলনত ১৫জন লোক নিহত হয় ৷ এনেদৰে ভূমিস্খলনত যোৱা ৪৮ ঘণ্টাত দেশখনত মুঠ ৩৭ জন লোক নিহত হয় ৷ দেশখনৰ গৃহ মন্ত্ৰালয়ে এই কথা জনাইছে৷ নিহত হোৱা ১৫ জন লোক মাইয়াদি জিলাৰ বুলি
Read More...

ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৮ লাখ অতিক্ৰম ৷

দৈনন্দিন বাৰ্তা ডেস্ক : মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আঠ লাখ অতিক্ৰম কৰিলে ৷ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ শনিবাৰে এই বৃদ্ধিৰ পৰিমাণ ২৭ হাজাৰ পালেগৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ২৭১১৪ জন লোক
Read More...

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন : ২০০ বছৰীয়া শিৱ মন্দিৰৰ বাঁহৰ জেওৰা ধ্বংস দুৰ্বৃত্তৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : বাংলাদেশৰ পিৰোজপুৰ জিলাৰ দিঘিৰজান গাঁৱৰ এটা ২০০ বছৰীয়া শিৱ মন্দিৰ আৰু ব্যক্তিগত মালিকানাধীন মাটিৰ সীমাত থকা বাঁহৰ জেওৰা যোৱা সোমবাৰে দুৰ্বৃত্তই ধ্বংস কৰে ৷ এই ঘটনা সন্দৰ্ভত এটা ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰচাৰ হয়
Read More...