Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ক’ৰোনাই হাথিয়াৰ : চিবিএছইৰ পাঠ্যক্ৰম হ্ৰাসৰ নামত বাদ পৰিল ধর্মনিৰপেক্ষতা, খাদ্য সুৰক্ষা অধ্যায় ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা স্থবিৰ হৈ পৰিল৷ বাতিল হ’ল বহু পৰীক্ষা ৷ এই পৰিস্থিতিত শিক্ষাৰ্থীৰ ওপৰত চাপ কমাবৰ বাবে পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা জনালে চিবিএছইয়ে৷ ইয়াকে হাথিয়াৰ কৰি পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হ’ল
Read More...

আগন্তুক শিক্ষাবৰ্ষত ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস চিবিএছইৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : অহা ২০২০–২১ বৰ্ষৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ৩০ শতাংশ কমাইছে চিবিএছইয়ে ৷ মঙলবাৰে এই কথা ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হয় ৷ মহামাৰীৰ ফলত এই বছৰ পাঠ্যক্ৰমত হেঙাৰ সৃষ্টি হৈছে ৷ সেয়া পুৰণৰ বাবে এই পদক্ষেপ লোৱা
Read More...

ভাৰত-চীন সীমান্তত ৩ খন দলং নিৰ্মাণ সীমান্ত পথ সংগঠনৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিৰ্মাণ কৰি থকা প্ৰকল্পবোৰৰ বিষয়ে সীমান্ত পথ সংগঠনৰ মুখ্য লেফটেনেণ্ট জেনেৰেল হৰপাল সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰে ৷ তদুপলক্ষে দক্ষিণ ব্লকত মঙলবাৰে
Read More...

নাজিৰাৰ যুবকৰ নতুন উদ্যোগ : অসমীহাট অনলাইন ৱেবছাইট উদ্ধোধন ৷

নাজিৰা : ৰাজ্যৰ নতুন প্ৰজন্মৰ কৰ্ম সংস্কৃতিৰ নতুন সংযোজন হিচাপে আজি নাজিৰা প্ৰেছ ক্লাবত নাজিৰাৰ এদল যুবকৰ অসমীহাট নামৰ এটি অনলাইন ৱেবছাইট মুকলি কৰা হয় ৷ কৰ্মসংস্কৃতিৰ প্ৰতি ধাউতি নাই বুলি প্ৰচাৰিত ধাৰণা ভুল প্ৰমাণিত নাজিৰাৰ ছজনীয়া এটি দলে
Read More...

ফেচবুক, ৱাটছএপৰ মাজত নতুন এপ ‘এলিমেণ্টছ’ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত চীনৰ ৫৯টা এপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হ’ল ৷ চীনা এপবোৰ বন্ধ কৰি দিয়াৰ পাছত ভাৰতত নতুনকৈ এপ তৈয়াৰ কৰা হৈছে ৷ লগতে জনসাধাৰণৰ দেশীয় পণ্য ব্যৱহাৰৰ প্ৰৱনতা বাঢ়িছে ৷ এনে পৰিস্থিতিত আত্মনির্ভৰ ভাৰত প্ৰচাৰৰ
Read More...

চীনত ক’ৰোনাৰ পাছতে প্লেগৰ প্ৰাদুৰ্ভাৱ : লেভেল-থ্ৰী সতৰ্কবাৰ্তা জাৰি ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নোহোৱা সময়তে চীনত প্লেগৰ প্ৰাদুৰ্ভাৱ ৷ ক’ৰোনাৰ পাছতে বুব’নিক প্লেগে কঁপাইছে সেইখন দেশক ৷ এই পৰ্যন্ত দুজন ৰোগীৰ সন্ধান পোৱা গৈছে যদিও পৰিস্থিতি ইমান ভয়াৱহ হৈছে যে লেভেল-থ্ৰী
Read More...

বিশ্ব স্বাস্থ্য সংস্থালৈ ৩২ খন দেশৰ ২৩৯ বিজ্ঞানীৰ পত্ৰ : বতাহত বিয়পে ক’ৰোনা ভাইৰাছ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : লকডাউন উঠাই দিয়াৰ লগে লগে সমগ্ৰ বিশ্বত তৎক্ষণাত বৃদ্ধি পাবলৈ ধৰে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৷ ৰেস্তোৰা, কাৰ্যালয়, বজাৰ, বাছ, দোকান আদি সকলোতে মানুহে চলাচল কৰিবলৈ ল’লে ৷ ফলত গোষ্ঠী সংক্ৰমণ আৰম্ভ হৈছে তাত নিশ্চিত
Read More...

ৰাছিয়াক অতিক্ৰম : ক’ৰোনাৰ আক্ৰান্ত তালিকাত তৃতীয় স্থানত ভাৰত ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা আক্ৰান্ত দেশবোৰৰ তালিকাত তৃতীয় স্থান পাইছেগৈ ভাৰত৷ ভাৰতে ৰাছিয়াক পিছ পেলাই এই স্থান লাভ কৰিছে ৷ উল্লেখ্য যে ফ্ৰান্স, ইটালী, ব্ৰিটেইনৰ দৰে দেশক পিছ পেলাই চতুৰ্থ স্থানত আছিল ভাৰত ৷ কিন্তু দ্ৰুত সংক্ৰমণৰ ফলত
Read More...

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত যুঁজ দিব সংগীত শিল্পী কাইনি ৱেষ্টে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : সংগীত জগতত নিজকে প্ৰতিষ্ঠা কৰাৰ পাছত এইবাৰ ৰাজনীতিত ভাগ্য নিৰ্ধাৰণৰ চেষ্টা কৰিছে ৰেপাৰ কাইনি ৱেষ্টে ৷ স্থানীয় সময় অনুসৰি শনিবাৰে আমেৰিকাৰ স্বাধীনতা দিৱসৰ দিনা তেওঁ টুইটাৰত লিখে, ঈশ্বৰক বিশ্বাস কৰি আমেৰিকাৰ
Read More...

দিল্লীত বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয় ।

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ সকলোতকৈ ডাঙৰ ক’ৰোনা চিকিৎসালয়খন দেশৰ ৰাজধানী দিল্লীত গঢ়ি তোলা হৈছে ৷ এই চিকিৎসালয়খন দীঘলে ১৭০০ ফুট, বহলে ৭০০ ফুট। প্রায় ২০খন ফুটবল ষ্টেডিয়ামৰ সমান। মাত্ৰ ১২ দিনত এখন চাদৰ তলত ১০ হাজাৰ বিচনাৰে সাজু কৰে
Read More...