Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

গলৱান নদীৰ জলস্তৰ বৃদ্ধি : চীনে দখল কৰা এলেকাৰ ৫ কিলোমিটাৰ পৰ্যন্ত প্লাৱিত ৷

দৈনন্দিন বাৰ্তা ডেস্ক : গৰমত গলিছে হিমালয়ৰ বৰফ ৷ তাৰ ফলত চীনত উৎপত্তি হোৱা গলৱান নদীৰ জলস্তৰ বাঢ়িছে৷ বৰফ-ঠাণ্ডা জলস্তৰ ক্ৰমান্বয়ে বাঢ়ি আছে ৷ পূৱ লাডাখৰ গালৱান উপত্যকাৰ যি অংশ চীনে দখল কৰিছে তাৰ পৰা পাঁচ কিলোমিটাৰ পৰ্যন্ত প্লাৱিত হৈ
Read More...

অষ্ট্ৰেলিয়াত কোৱাৰেণ্টাইন পৰ্বত হোটেলত চলিছে উদ্দাম যৌনতা ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন কোৱাৰেণ্টাইন পৰ্বত হোটেলত চলিছে উদ্দাম যৌনতা ৷ কোনোও এবাৰো ভুলতে হেৰুৱাব বিচৰা নাই৷ এনে অৱস্থাৰ সৃষ্টি হৈছে অষ্ট্ৰেলিয়াৰ একাধিক চহৰত ৷ উল্লেখ্য যে মেলবৰ্ণত ভয়ানকভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ কিন্তু তাত
Read More...

সমগ্ৰ বিশ্বত ১৩, ভাৰতত ৭ টা ভূমিকম্প।

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে সমগ্ৰ বিশ্বত ঘনাই ভূমিকম্প হৈ থকাত বহু লোকৰ নিদ্ৰা হৰণ হৈছে ৷ যোৱা ২৪ ঘণ্টাত সমগ্ৰ বিশ্বত ১৩ টা ভূমিকম্প সৃষ্টি হয়৷ তাৰে ভিতৰত ভাৰতত সাতটা ভূমিকম্প সৃষ্টি হয় ৷ ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্প
Read More...

ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল। চীনৰ প্ৰতি পক্ষপতিত্বৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণ অতি গুৰুত্বপূর্ণ৷ যোৱা জানুৱাৰী মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ
Read More...

লাডাখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : শান্তি ভংগ কৰিছে ‘সাম্ৰাজ্যবাদী’ চীনে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : আগতে কোনো খবৰ নিদিয়াকৈ শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লাডাখত উপস্থিত হয় ৷ গালৱানত সংঘৰ্ষ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ এয়াই প্ৰথম লাডাখ ভ্ৰমণ ৷ সীমান্ত চকীৰ পৰা সেনা চিকিৎসালয়লৈকে ঘুৰি জোৱানসকলৰ সৈতে
Read More...

লাডাখত প্ৰধানমন্ত্ৰীৰ আকস্মিক ভ্ৰমণ ।

দৈনন্দিন বাৰ্তা ডেস্ক : সংঘৰ্ষক লৈ তাৎপর্যপূর্ণ তৎপৰতাৰ মাজতে লাডাখত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ লেহ সামৰিক ঘাটিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী পুৱা ১০ বজাত অৱতৰণ কৰে৷ উল্লেখ্য যে এই দিনটোতে প্ৰধানমন্ত্ৰী লাডাখ যাব বুলি
Read More...

ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত প্ৰস্তুত কৰা ক’ৰোনাৰ প্ৰথম টীকা স্বাধীনতা দিৱসৰ পূৰ্বে বজাৰলৈ অহাৰ সম্ভাৱনা আছে ৷ এই টীকাৰ নাম হৈছে 'কোভেক্সিন'৷ ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেড (বিবিআইএল)ৰ সহযোগত এই টীকা বজাৰলৈ আনিছে ইণ্ডিয়ান কাউন্সিল
Read More...

ৰাছিয়াৰ পৰা মিগ-২৯ ক্ৰয়ত অনুমোদন।

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰতিৰক্ষা অধিগ্রহণ কাউন্সিল (ডিএচি)য়ে বৃহস্পতিবাৰে ৰাছিয়াৰ পৰা ২১ খন মিগ-২৯ৰ লগতে ৫৯ খন মিগ-২৯ যুদ্ধ বিমান আৰু ১২খন ছুখই-৩০ এমকেআই ক্ৰয়ৰ বাবে প্ৰস্তাৱত অনুমোদন দিছে ৷ ৰাছিয়াৰ পৰা মিগ-২৯ ক্ৰয় আৰু উন্নিতকৰণত
Read More...

ম্যানমাৰৰ শিলৰ খনিত ভূমিস্খলন : মৃত্যু ১০০ শ্ৰমিকৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক : ম্যানমাৰৰ এটা শিলৰ খনিত ভয়াৱহ ভূমিস্খলন হোৱাত প্ৰায় ১০০জন শ্ৰমিকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে কেইবাজনো লোক সন্ধানহীন হয় ৷ যুদ্ধকালীন তৎপৰতাত খনিত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ কাৰ্য চলি আছে ৷ জানিব পৰা মতে উত্তৰ
Read More...

ক’ৰোনাত মৃত্যু ইষ্টাৰ্ণ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ বিকাশ ছামৱেল ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতীয় সেনাৰ ইএমই ইষ্টাৰ্ণ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ বিকাশ ছামৱেল ক’ভিড-১৯ত আক্ৰান্ত হৈ বৃহস্পতিবাৰে মৃত্যু হয় ৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে তেওঁ ভালেমান দিন ধৰি যুঁজ কৰি আছিল ৷ তেওঁ পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে৷
Read More...