Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

২৭ জুলাইত পাবহি ছখন যুদ্ধ বিমান ৰাফেল ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : লাডাখত সংঘৰ্ষ হোৱাৰ সময়তে ভাৰতলৈ প্ৰথম যুদ্ধ বিমান আহিব ৷ জুলাই মাহৰ শেষৰ ফালে পূৰ্ণ অস্ত্ৰসম্ভাৰসহ ছখন ৰাফেল বিমান ভাৰতীয় বায়ুসেনাৰ হাতলৈ আহিব ৷ এই বিমানকেইখন হাৰিয়ানাৰ অম্বালা বায়ুসেনা ঘাটিৰ গ’ল্ডেন এৰো
Read More...

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী ।

দৈনন্দিন বাৰ্তা ডেস্ক: ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী৷ ঢাকাৰ সন্মিলিত সামৰিক চিকিৎসালয়ত সোমবাৰে পুৱা ৯.৩০ বজাত তেওঁৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৭ বছৰ হৈছিল ৷ কিছুদিনৰ
Read More...

দাম কমিছে পেট্ৰল-ডিজেলৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক: দাম কমিছে পেট্ৰল আৰু ডিজেলৰ৷ ২১ দিন ধৰি দাম বাঢ়ি থকাৰ পাছত দাম কমিল৷ দেশৰ মেট্ৰো চহৰবোৰৰ ভিতৰত দেওবাৰৰ দিনটোত কলকাতাত শনিবাৰৰ দামেই থাকিল ৷ কলকাতাত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮২.‌০৫ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত
Read More...

এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাৰ মতামত : এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ…

দৈনন্দিন বাৰ্তা প্ৰতিবেদন : এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু কম ৷ এই কথা কৈছে এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাই৷ তেওঁ কয় যে যি এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠিছে, তেওঁৰ শৰীৰত ইতিমধ্যে এণ্টিব’ডী তৈয়াৰ হৈ
Read More...

সমগ্ৰ বিশ্বতে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১ কোটি অতিক্ৰম : ভাৰতত ৬২২৭৮০২ জনৰ নমুনা পৰীক্ষা ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক :সমগ্ৰ বিশ্বতে ক’ৰোনা সংক্ৰমণ এক কোটি অতিক্ৰম কৰিলে ৷ শনিবাৰে এই সংখ্যা অতিক্ৰম কৰে ৷ ইয়াৰ লগতে মৃত্যুৰ সংখ্যা ৫ লাখ স্পৰ্শ কৰিলে ৷ ইপিনে ইউৰোপীয় ইউনিয়নে শীঘ্ৰে ‘নিৰাপদ দেশৰ’ তালিকা প্রকাশ কৰিব ৷ সকলো দেশৰ
Read More...

প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ ‘মন কি বাত’ অনুষ্ঠান : ভাৰতে যিদৰে বন্ধুত্ব জানে, তেনেদৰে…

দৈনন্দিন বাৰ্তাৰ ডেস্ক : ভাৰতে যিদৰে বন্ধুত্ব জানে, তেনেদৰে চকুত চকু থৈ কথা ক’বও পাৰে৷ চীনৰ লগত ভাৰত যে প্ৰয়োজনত কঠোৰ মনোভাৱ ল’বলৈ দ্বিগ্বা নকৰে, মাহৰ শেষৰ দেওবাৰে 'মন কি বাত' অনুষ্ঠানত দেশবাসীক সেই বার্তা দিলে প্রধানমন্ত্রী নৰেন্দ্র
Read More...

অস্তিত্ব ওলাল অষ্টম মহাদেশৰ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : অৱশেষত অষ্টম মহাদেশৰ অস্তিত্ব ওলাল৷ এখন মানচিত্ৰৰ নক্সা তৈয়াৰ কৰিছে নিউজীলেণ্ডৰ এদল গৱেষকে ৷ এই মানচিত্ৰই দেখুৱাইছে বহু বছৰৰ আগেয়ে সমুদ্ৰৰ তলিলৈ যায় এই মহাদেশৰ আকাৰ৷ মহাদেশখনৰ নাম ৰখা হৈ জিলাণ্ডিয়া ৷ অষ্টম
Read More...

দিল্লীৰ কনটেনমেণ্ট জ’নৰ প্ৰতি ঘৰতে স্ক্ৰীণিং আৰম্ভ : ৩০ জুনত হ’ব সম্পন্ন ; ১০ জুলাইত দিব ফলাফল ।

অনলাইন বাৰ্তা : দেশৰ ৰাজধানীত ক’ৰোনা ভাইৰাছ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ এনে সময়তে দিল্লীৰ কনটেনমেণ্ট জ’নৰ প্ৰতিটো ঘৰতে শনিবাৰৰ পৰা স্ক্ৰীণিং আৰম্ভ কৰিছে৷ এই স্ক্ৰীণিং অহা ৩০ জুনত সম্পন্ন হ’ব আৰু ১০ জুলাইত ইয়াৰ ফলাফল দিব৷ এই বৃহৎ
Read More...

লাডাখত ভাৰত- চীন যুদ্ধৰ আখৰা । বিপদৰ সময়ত ভাৰতৰ কাষত থিয় দিলে আমেৰিকাৰ যুক্তৰাষ্ট্ৰ । ২৭ হাজাৰ…

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰত- চীন সিমান্ত লাডখত ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যঠেষ্ট উদ্দ্যেগ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে চীনৰ দৌৰাত্ম্য ভাৰতত সিমান্ততে সীমাবদ্ধ নাথাকি টাইৱান’
Read More...

ক’ৰোনাৰ ঔষধ : বাবা ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু, ৩০ জুনত আদালতত শুনানি ।

দৈনন্দিন বাৰ্তা ডেস্ক : এফ আই আৰ দিয়া হ’ল বাবা ৰামদেৱৰ বিৰুদ্ধে ৷ তেওঁৰ লগতে আন চাৰিজনৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে৷ ক’ৰোনাৰ ঔষধ হিচাপে ‘‌কৰোনিল’ৰ প্ৰচাৰ আৰু 'কপটতা' অনাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে৷ যোৱা মঙলবাৰে এক সংবাদ মেলত বাবা
Read More...