Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ক’ৰোনাৰ ঔষধ : বাবা ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু, ৩০ জুনত আদালতত শুনানি ।

দৈনন্দিন বাৰ্তা ডেস্ক : এফ আই আৰ দিয়া হ’ল বাবা ৰামদেৱৰ বিৰুদ্ধে ৷ তেওঁৰ লগতে আন চাৰিজনৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে৷ ক’ৰোনাৰ ঔষধ হিচাপে ‘‌কৰোনিল’ৰ প্ৰচাৰ আৰু 'কপটতা' অনাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে৷ যোৱা মঙলবাৰে এক সংবাদ মেলত বাবা
Read More...

আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন ।

উজনি-মাজুলী : আন্তর্জাতিক ড্ৰাগছ  আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে শুকুৰবাৰে মাজুলী জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু মাজুলীৰ অন্যতম সেচ্ছাসেৱী সংগঠন 'ইম্পেক্ট এন. ই' ৰ সহযোগত এটি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিয়লি  গড়মূৰ তিনিআলিত 
Read More...

বিহাৰত বজ্ৰপাতত মৃত্যু ৮৩ জন লোকৰ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : বিহাৰৰ বিভিন্ন জিলাত বৃহস্পতিবাৰে বজ্ৰপাতত ৮৩ জন লোকৰ মৃত্যু হয়৷ বিহাৰ চৰকাৰৰ মতে ৰাজ্যখনৰ বিভিন্ন জিলাত বজ্ৰপাতত ৮৩ জন লোকৰ মৃত্যু হয়৷ প্ৰাপ্ত তথ্য মতে বিহাৰত পথাৰত কাম কৰি থকা অৱস্থাত এই লোকসকলৰ বজ্ৰপাতত
Read More...

পুনৰ বৃদ্ধি পেট্ৰল, ডিজেলৰ দাম ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক:  এফালে ক’ৰোনা সংক্রমণ আৰু আনফালে দেশৰ অর্থনীতি নিন্মগামী৷ এনে পৰিস্থিতিত মাজতে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধিয়ে জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ
Read More...

১৫ জুলাইত চিবিএছই, আইচিএছইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : চিবিএছই আৰু আইচিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অহা ১৫ জুলাইত ঘোষণা কৰা হ’ব ৷ শুকুৰবাৰে এই কথা জনালে উচ্চতম ন্যায়ালয়ে ৷ এই পৰীক্ষা ফলাফলৰ সময়ত নম্বৰ দিয়াৰ বিষয়ে বিশেষ কেতবোৰ পদ্ধতি মানি চলা হ’ব ৷
Read More...

দেশত ক’ৰোনা সংক্ৰমণত অভিলেখ : ২৪ ঘণ্টাত ২,১৫,৪৪৬ জন লোকৰ নমুনা পৰীক্ষা ।

 দৈনন্দিন বাৰ্তাৰ ডেস্ক : প্রতি ২৪ ঘণ্টাত নতুন ক’ৰোনা সংক্রমণে অভিলেখ সৃষ্টি কৰিছে ৷ কমাব পৰা নাই সংক্ৰমণ ৷ শুকুৰবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত ভাৰতত ১৭,২৯৬ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰ
Read More...

লাডাখত ৫৪টা ম’বাইল টাৱাৰ নিৰ্মাণ কৰিব ভাৰতে ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক :  চীনৰ সৈতে সীমান্তত উত্তেজনা চলি থকাৰ পৰিপেক্ষিতত কেন্দ্ৰই লাডাখৰ সীমান্ত এলেকাৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰিছে, লাডাখত ৫৪টা ম’বাইল টাৱাৰ নিৰ্মাণ কৰিব৷ ইয়াৰে এটা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ ডেমচকত
Read More...

ক’ৰোনা ভাইৰাছ : ইউজিচিক শিক্ষাবর্ষ, ছেমিষ্টাৰ গাইডলাইন পুনৰ বিবেচনাৰ নিৰ্দেশ কেন্দ্ৰৰ ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক: ক’ৰোনাৰ বাবে এইবাৰ ক্ষতি হোৱাৰ সম্ভাৱনা শিক্ষাবৰ্ষৰ৷ মানৱসম্পদ উন্নয়নমন্ত্রী ৰমেশ পোখৰেৱালে বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগ (ইউজিচি)ক ২০২০ চনৰ পৰীক্ষাৰ গাইডলাইন পর্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে৷ তদুপৰি শিক্ষাবৰ্ষ
Read More...

চীনৰ দখলত নেপালৰ গাঁও : আঁতৰাই দিলে সীমান্তৰ খুঁটা ।

দৈনন্দিন বাৰ্তা ডেস্ক : চীনে নেপালৰ এখন গাঁও নিজৰ দখললৈ নিছে৷ লগতে দেশখনে সীমান্তত থকা খুঁটাবোৰ আঁতৰাই দিছে৷ মঙলবাৰে নেপালৰ শীৰ্ষ পৰ্যায়ৰ এক সূত্ৰত এই কথা জানিব পৰা গৈছে৷ ইয়াৰ পৰা এইটো প্ৰতিয়মান হয় যে চীনে ক্ৰমান্বয়ে নেপালৰ বিভিন্ন
Read More...

বাঢ়িল ডিজেলৰ, নাবাঢ়িল পেট্ৰলৰ মূল্য ।

দৈনন্দিন বাৰ্তা ডেস্ক : মূল্যবৃদ্ধিৰ চকা চলি থকাৰ মাজতে ১৭ দিনৰ পাছত থমকি ৰৈছে৷ দাম নাবাঢ়িল পেট্ৰলৰ৷ কিন্তু ১৮ দিনৰ দিনা ডিজেলৰ দাম বৃদ্ধি পায়৷ ডিজেলৰ দাম ৪৮ পইচা বৃদ্ধি পাইছে৷ ফলত দেশৰ ৰাজধানী দিল্লীত এক লিটাৰ ডিজেলৰ দাম ৭৯.‌৮৮ টকা
Read More...