Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশৰ পৰা নাজিৰাৰ লুটফুৰ ৰহমানে কঢ়িয়ালে শান্তিৰ “বা-বাপু সেৱা ৰত্ন” বটা ।

নাজিৰা : নেপালৰ গান্ধী পোৰা ফাউণ্ডেচনে মানৱ সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠানটোৰ বাংলাদেশ শাখাৰ পৰা ২০২০ বৰ্ষৰ  মহামানৱ মহাত্মা গান্ধীৰ শান্তিৰ "বা-বাপু সেৱা ৰত্ন" বটা নাজিৰাৰ লুটফুৰ ৰহমানে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অলপতে বাংলাদেশত
Read More...

১৭ বছৰ অনুৰ্ধ ফিফা বিশ্ব কাপৰ গ্ৰুপ মেচ গুৱাহাটীত ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : উত্তৰ পূৱৰ ফুটবলপ্ৰেমীৰ বাবে সুখবৰ যে মহিলাৰ ১৭ বছৰ অনুৰ্ধ ফিফা বিশ্ব কাপৰ গ্ৰুপ মেচ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ বিশ্ব ফুটবলৰ মূল সংস্থা ফিফাই মঙলবাৰে এই প্ৰতিযোগিতাৰ কাৰ্যসূচী প্ৰকাশ
Read More...

ক’ৰোনত আক্ৰান্ত বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা জকোভিছ ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক: মহামাৰী ক’ৰোনা ভাইৰাছে আশ্ৰয় ল’লে বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা ন’ভাক জকোভিছৰ শৰীৰত৷ এই ছাৰ্বিয়ান তাৰকাজনৰ পৰীক্ষাত পজিটিভ ওলোৱাত এই কথা নিশ্চিত হয়৷ আজি জকোভিছে জনায় যে বেলগ্রেড পাওতে তেওঁ ক’ৰোনা পৰীক্ষা কৰায়৷
Read More...

পাক হাইকমিচনাৰক জনালে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে : শীঘ্ৰে আধা কৰা হ’ব পাক হাইকমিচনাৰৰ কৰ্মীৰ সংখ্যা ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : পাক দূতাবাসৰ কৰ্মীসকলৰ বহুৱে দেশত গুপ্তচৰৰ কাম কৰিছে৷ লগতে উগ্ৰপন্থীৰ হৈ কামত লিপ্ত আছে৷ ভিয়েনা চুক্তি মনা নাই পাকিস্তানে৷ দিল্লীত পাক হাইকমিচনাৰ দপ্তৰত কৰ্মীৰ সংখ্যা আধা কৰা হ’ব৷ পাকিস্তানক এই বাৰ্তা দিলে ভাৰতে৷
Read More...

মধ্যস্থতাকাৰীৰ ভূমিকা পালনত ব্যৰ্থ হয় ৰাছিয়া : সীমান্ত সমস্যাত তৃতীয় পক্ষৰ হস্তক্ষেপ নিবিচাৰে…

দৈনন্দিন বাৰ্তাৰ ডেস্ক : সীমান্তত ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ৷ দুয়োখন দেশৰ দ্বন্দ্বৰ বাবেই ত্ৰিপাক্ষিক বৈঠকত মধ্যস্থতাকাৰীৰ ভূমিকা পালনত ব্যৰ্থ  হয় ৰাছিয়া৷ সীমান্ত সমস্যাত তৃতীয় পক্ষৰ হস্তক্ষেপ নিবিচাৰে ভাৰত আৰু চীনে৷ বৈঠকৰ শেষত এই কথা
Read More...

ক’ৰোনা ৰোগীক সুস্থ কৰিবলৈ প্রথম আয়ুর্বেদিক ঔষধ পতঞ্জলিৰ ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : ক’ৰোনা ভাইৰাছত আক্ৰান্তক আৰোগ্য কৰিবলৈ সমগ্ৰ পৃথিৱীত গৱেষণা অব্যাহত আছে৷ ইতিমধ্যে ভেকছিন আবিষ্কাৰৰ দাবী কৰিছে৷ এইবাৰ আয়ুৰ্বেদিক শাস্ত্ৰও লাগি গ’ল ঔষধ আবিষ্কাৰৰ কামত৷ যোগগুৰু ৰামদেৱৰ কোম্পানী পতঞ্জলিয়ে প্ৰস্তুত
Read More...

এই বছৰ নতুন ভিছা নিদিয়ে আমেৰিকাই ।

দৈনন্দিন বাৰ্তা ডেস্ক : এই বছৰ নতুনকৈ এইচ১বিসহ কোনো কামৰ ভিছা নিদিয়ে ট্রাম্প প্রশাসনে। ৩১ ডিচেম্বৰ পর্যন্ত জাৰি থাকিব এই নিয়ম৷ এইচ১বি ভিছা দিয়াৰ প্ৰক্ৰিয়াটো আমূল পৰিৱৰ্তন আনিছে হোৱাইট হাউচে৷ লটাৰীৰ ভিত্তিত নহয়, মেধাৰ ভিত্তিত দিয়া
Read More...

ইতিহাসত প্ৰথম : ভক্তবিহীন জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা ।

দৈনন্দিন বাৰ্তা ডেস্ক: ভাৰতত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ সময়তে উচ্চতম ন্যায়ালয়ে সাতদিনীয়া ৰথযাত্ৰা উৎসৱ সীমিতভাৱে উদযাপনৰ অনুমতি দিয়াৰ পাছত ইতিহাস সলনিৰ সাক্ষী হৈ ৰ’ল এই ধর্মীয় উৎসৱ৷ এইবাৰ প্ৰথমবাৰৰ বাবে ভক্তবিহীন জগন্নাথ মন্দিৰত বহু
Read More...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল : চীনৰ বিৰুদ্ধে দুখন যুদ্ধত ভাৰত ।

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতে এতিয়া চীনৰ বিৰুদ্ধে দুখন যুদ্ধত যুঁজ কৰিছে৷ এখন লাডাখত আৰু আনখন ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে৷ সোমবাৰে সাংবাদিক মেলত এই কথা কয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে কয় যে আজি আমি
Read More...

ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ কেই ঘণ্টামান পূৰ্বে সোমবাৰে চর্তসাপেক্ষে অনুমতি দিলে উচ্চতম ন্যায়ালয়ে। কেন্দ্র, ৰাজ্য আৰু মন্দিৰ কমিটিৰ সমন্বয়ত এই ৰথযাত্রা হ’ব পাৰে৷ আজি এই কথা জনায় মুখ্য ন্যায়াধীশ এছ এ বোবডেই। 
Read More...