Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

লাডাখ ইছ্যুত নৰেন্দ্ৰ মোডীলৈ চিঠি প্ৰাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ : ‘ভাবি চিন্তি’…

দৈনন্দিন বাৰ্তা ডেস্ক : লাডাখ ইছ্যুত মুখ খুলিলে প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙে৷ পূব লাডাখত চীনৰ আগ্ৰাসন আৰম্ভ হোৱাৰ পাছত তেওঁৰ দল কংগ্ৰেছে বিদেশী নীতি লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক কাঠগৰালত তুলি আহিছে৷ ব্যতিক্রম নহ’ল মনমোহন
Read More...

সূৰ্য গ্ৰহণৰ দিনা ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদ্গীৰণ : ৬ কিলোমিটাৰ উচ্চতালৈকে উৰি গ’ল ছাই ।

দৈনন্দিন বাৰ্তা ডেস্ক: মাউণ্ট মেৰাপি: ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিৰ ভিতৰত অন্যতম। সূৰ্য গ্ৰহণৰ দিনা অৰ্থাৎ দেওবাৰে পুৱা সেই আগ্নেয়গিৰিটো পুনৰ উদ্গীৰণ হয় ৷ আগ্নেয়গিৰিৰ মুখৰ পৰা ছাই আৰু গৰম গেছ নির্গত হয় ৷ প্ৰৱল বেগেৰে ওলাই অহা সেই ছাই
Read More...

এনআইপিএফপিৰ অধ্যক্ষ পদত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ উৰ্জিত পেটেল ।

দৈনন্দিন বাৰ্তা ডেস্ক: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ড° উৰ্জিত পেটেলে নেচনেল ফাইনেন্স এণ্ড পলিচি (এনআইপিএফপি)ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব৷ ড° পেটেলে অহা ২২ জুনত এই নতুন দায়িত্ব গ্ৰহণ কৰিব৷ ড° পেটেলক বিজয় খেলকাৰৰ ঠাইত
Read More...

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাক পূর্ণ স্বাধীনতা ।

দৈনন্দিন বাৰ্তা ডেস্ক : চীনৰ অতর্কিত আক্ৰমণত শ্বহীদ হয় ২০জন ভাৰতীয় জোৱান৷ চীনৰ আগ্রাসনৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত ভাৰত৷ সেয়ে ভাাত-চীন সীমান্ত তথা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত কৰ্মৰত ভাৰতীয় জোৱানৰ ক্ষেত্ৰত কিছু নিয়ম সলনি কৰিছে
Read More...

আন্তর্জাতিক যোগ দিৱসত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী : শ্বাসযন্ত্রক অধিক কাৰ্যক্ষম কৰে প্রাণায়মে।

দৈনন্দিন বাৰ্তা ডেস্ক: প্ৰাচীন কালৰ ভাৰতৰ ঋষিমুনিসকলৰ মাজত প্রচলিত যোগৰ অন্যতম ক্রিয়া প্রাণায়ম। যি আচলতে শ্বাসযন্ত্ৰৰ ব্যায়াম আৰু তাৰ উন্নতি ঘটায় ক’ভিড–১৯ত যেতিয়া ফুচফুচ আক্ৰান্ত হয়  তেতিয়ান সমগ্ৰ বিশ্বই যোগৰ গুৰুত্ব বুজি পাইছে৷
Read More...

চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি গালৱান নদীত দলং নিৰ্মাণ ভাৰতৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি লাডাখত বৃহৎ সাফল্য পালে ভাৰতীয় সেনা বাহিনীয়ে৷ গালৱান নদীৰ ওপৰত উচ্চ থিয় পাহাৰত বেইলি ব্ৰীজ বা অস্থায়ী দলং নিৰ্মাণ কৰিলে সেনাৰ অভিযন্তাই৷ উল্লেখ্য যে সমতলত মাটি নাই৷ অতি
Read More...

দক্ষিণ এছিয়াত ভাৰতক এঘৰীয়া কৰাৰ কৌশল : চীনৰ পৰা ৰপ্তানি হোৱা ৫১৬১টা পণ্যৰ শুল্ক দিব নালাগে বাংলাদেশে…

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: লাডাখত ভাৰতৰ সৈতে সীমান্তত সংঘৰ্ষ বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত ৰখা চীনে বাংলাদেশৰ লগত নতুন প্ৰক্ৰিয়াৰে কামত নামিছে৷ প্ৰধানকৈ বাণিজ্যিক দিশত ধন এৰি দি বাংলাদেশৰ কাষ চাপিবলৈ ধৰিছে চীনে৷ শুকুৰবাৰে বাংলাদেশৰ বাবে
Read More...

চীনক ভয় কৰাৰ কোনো কাৰণ নাই : ভাৰতৰ হাতত আছে ৭ শক্তিশালী অস্ত্ৰ ।

ভাৰত আৰু চীন দুয়োখনেই পৰমাণু শক্তিধৰ দেশ৷ যদি যুদ্ধ হয় তেনে দুয়োখন দেশৰে বৃহৎ ক্ষতি হ’ব৷ আধুনিক পৃথিৱীত যুদ্ধৰ সম্ভাৱনা কম৷ কিন্তু কোনো কোনো সময়ত সম্ভাৱনা নথকাও নহয়৷ সীমান্ত বিবাদৰ ফলত চীনে উচতাই আছে ভাৰতক৷ ইয়াৰ লগতে সাৱধানবাণীও
Read More...

৪১টা কয়লা খনিৰ বাণিজ্যিকীকৰণৰ সূচনা প্রধানমন্ত্রীৰ ।

গুৱাহাটী: ‘আত্মনির্ভৰ ভাৰত অভিযান’ প্রকল্পত ৪১টা কয়লা খনিৰ বাণিজ্যিকীকৰণৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে৷ বৃহস্পতিবাৰে এই প্রকল্পৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, শক্তিক্ষেত্ৰত ভাৰতক আত্মনির্ভৰ কৰাত চৰকাৰৰ ডাঙৰ পদক্ষেপ৷ দুটা
Read More...

গেলেকী তৈলক্ষেত্ৰত বহি:ৰাজ্যৰ ঠিকা প্ৰতিষ্ঠানৰ ভয়ংকৰ কাণ্ড : অহৰহ খাৰুৱা তেল নিৰ্গমন : বাঘজানৰ দৰে…

নাজিৰা : চৰকাৰী কৰ্তৃপক্ষ আৰু অইল ইণ্ডিয়া (লি)ৰ চৰম দায়িত্বহীনতাৰ বাবেই বাঘজানত সংঘটিত হোৱা ঘটনাৰ দৰে নাজিৰা মহকুমাৰ গেলেকী তৈলক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হোৱা আশংকা ঘনিভূত হৈ পৰিছে। দেশৰ মহাৰত্ন উদ্যোগ "তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম
Read More...