Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

কপিল দেৱ, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলিৰ নামত মেলবৰ্ণত ৰাস্তা ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন : ভাৰতীয় ক্রিকেটাৰ কপিল দেৱ, শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলি, এই তিনি তাৰকাৰ নামত ৰাস্তাৰ নামকৰণ কৰা হৈছে। কিন্তু ভাৰতৰ নহয় বিদেশৰ ৰাস্তাহে নামকৰণ কৰা হৈছে৷ ভাৰতীয় এই তিনি তাৰকাৰ লগতে আছে অষ্ট্ৰেলিয়াৰ
Read More...

যুদ্ধৰ প্ৰস্তুতি !

দৈনন্দিন বাৰ্তা প্ৰতিবেদন : ৪৫ বছৰৰ পাছত পুনৰ সংঘৰ্ষৰ ৰূপ ল’লে ভাৰত-চীন সমস্যাই৷ পৰিস্থিতি জটিল হৈ পৰিছে৷ ইতিমধ্যে ভাৰতীয় সেনাক লাডাখ সীমান্তত৷ পৰিস্থিতি বুজ লৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা দিলে কেন্দ্ৰই৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত এই কথা
Read More...

ভাৰতীয় অৰ্থনীতিত চীনৰ প্ৰয়োজনীয়তা ।

✍ যুগল কিশোৰ বৰ্তমান ভাৰতবৰ্ষত বহুলভাৱে চৰ্চিত   বিষয় হৈছে ভাৰতে সম্পূৰ্ণভাৱে চীনা সামগ্ৰী আৰু চীনা 'এপ'  বৰ্জন কৰি চীনৰ অৰ্থনীতিত কুঠাৰঘাত কৰিব লাগে। এই সংক্ৰান্তত বিভিন্ন সংবাদ মাধ্যমত আলোচনা-সমালোচনাৰ লগতে বাতৰি কাকতসমূহতো বহু লেখা
Read More...

আন্তর্জাতিক বাণিজ্য কেন্দ্রত আমদানি আৰু ৰপ্তানি বন্ধ হোৱাৰ দিশত,কৰিমগঞ্জ ।

ৰাহুল পাল, কৰিমগঞ্জ:- লক ডাউনৰ বাবে দেশজুৰি আৰ্থিক সংকটৰ সম্ভৱনা যি সময়ত প্ৰবল হৈ উঠিছে তেনে সময়ত সুতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত আমদানি ৰপ্তানি ব্যৱস্থা বন্ধ হোৱাৰ দিশে। যাৰফলতে চৰকাৰৰ আৰ্থিক ক্ষতি হোৱাৰ লগে লগে বহু লোক
Read More...

লাডাখত চীনৰ সৈতে সংঘৰ্ষত ৩ ভাৰতীয় সেনা শ্বহীদ ।

লাডাখৰ প্ৰকৃত নিয়ন্ত্রণ ৰেখাত ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ চলি আছে৷ সোমবাৰে নিশা গলৱান উপত্যকাত চীন সেনাৰ গুলীত ভাৰতীয় সেনাৰ এজন কৰ্ণেল আৰু দুজন জোৱান নিহত হয়৷ উল্লেখ্য যে কিছুদিনৰ আগতে দুয়োপক্ষৰ ব্রিগেডিয়াৰ পর্যায়ৰ বৈঠক আৰম্ভ হৈছিল৷
Read More...

পিছুৱালে অস্কাৰ অনুষ্ঠান ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: ক’ৰোনা সংক্ৰমণৰ আতংকই পৃথিৱীৰ আন ক্ষেত্ৰৰ লগতে ছবি জগতকো স্পৰ্শ কৰিছিল৷ অৱশেষত ছবি জগতৰ সৰ্বোচ্চ স্বীকৃতি প্ৰদান অনুষ্ঠানতো পৰিল ক’ৰোনা আতংক৷ এই অস্কাৰ অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল ২০২১ চনৰ ফেব্ৰুৱাৰীত৷
Read More...

অভিনেতা সুশান্তৰ শেষকৃত্যৰ সময়ত বৌৱেকৰ মৃত্যু ।

মাত্ৰ ৩৪ বছৰ বয়সতে যোৱা ১৪ জুনত আত্মঘাতী হোৱা বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ দেশবাসীৰ মাজত আলোচনা অব্যাহত আছে৷ তেওঁৰ মৃত্যুত দেশত শোকৰ ছাঁ পৰে৷ দেওৰেক সুশান্তৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাছিল তেওঁৰ বৌৱেকে৷ সুশান্ত মৃত্যুৰ
Read More...

ক’ৰোনা ভাইৰাছত মৃত্যুৰ তালিকাত পৃথিৱীৰ অষ্টম স্থানত ভাৰত ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: দেশত নতুনকৈ ১০ হাজাৰৰ অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশত ১০৬৬৭ জন লোকৰ ক’ভিড ৰিপৰ্ট পজিটিভ৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩৪৩০৯১জন হ’লগৈ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যাই আগেয়ে
Read More...

মঙলবাৰ আৰু বুধবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰধানমন্ত্ৰীৰ মাৰাথন সভা ।

দৈনন্দিন বাৰ্তা : দেশত লকডাউন দিয়াৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ক’ভিড-১৯ৰ সংক্ৰমণ আৰু অৰ্থনীতি উন্নত কৰাৰ উদ্দেশ্য লৈ প্ৰধানমন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মাজত মঙলবাৰ আৰু বুধবাৰে মাৰাথন সভা অনুষ্ঠিত হ’ব৷ এই সভাত ক’ৰোনা
Read More...

কাশ্মীৰী মহিলা সাংবাদিকলৈ সাহসিকতা ফটো সাংবাদিকতা বঁটা ।

দৈনন্দিন বাৰ্তা : মহিলা মিডিয়া ফেডাৰেছনে কাশ্মীৰৰ ফ্ৰীলায়েন্স জাৰ্ণেলিষ্ট মাছাৰট জাৰ্হা (২৬)ক চলিত বৰ্ষৰ ফটো সাংবাদিকতাৰ সন্মানীয় অঞ্জা নিইদৰিংহাছ সাহসিকতা বঁটাৰে সন্মানিত কৰিছে৷ উল্লেখ্য যে এইগৰাকী সাংবাদিক কাশ্মীৰৰ কেন্দ্ৰীয়
Read More...