Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে : প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা…

দৈনন্দিন বাৰ্তা : মোডী চৰকাৰৰ আর্থিক পেকেজে অর্থনীতিৰ চকা ঘুৰাব নোৱাৰে৷ আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ আওতাত প্ৰায় ২১ লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ কেন্দ্ৰক বৃহৎ প্ৰশ্ন উত্থাপন কৰিলে প্ৰধানমন্ত্ৰীৰ অন্যতম মুখ্য আৰ্থিক উপদেষ্টা মণ্ডলীৰ
Read More...

অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা ।

ৰাষ্ট্ৰীয় বাৰ্তা  অভিনেতা সুশান্ত সিং ৰাজপুটে দেওবাৰে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তেওঁ নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে৷ কিয় এই অভিনেতাজনে আত্মহত্যা কৰিলে সেই কথা জানিব পৰা নাই৷ এই বলীউডৰ অভিনেতাজনে ৩৪ বছৰ
Read More...

লকডাউনত অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ স্পেইনৰ এজন যুৱক : পথাৰত হাল বাই দেখুৱালে নিৰ্দশন ।

নাজিৰা পৰা দিলীপ হাজৰিকা । লক ডাউনত শিৱসাগৰত আবদ্ধ হৈ থকা এজন বিদেশী যুৱক । অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ হৈ পৰিছে স্পেইনৰ এই নাগৰিকজন। গাঁৱৰ পথাৰত কঠিয়া পৰাত, টেক্টৰ চলাই হাল বোৱাৰ পৰা বোকা খচি লাহনিৰে পানী
Read More...

ভাৰতত ক’ভিড-১৯ত পুৰুষতকৈ মহিলাৰ মৃত্যুৰ হাৰ অধিক ।

দৈনন্দিন বাৰ্তা সমীক্ষাত প্ৰথমে দেখা গৈছিল যে ক’ভিড-১৯ পুৰুষৰ বেছিকৈ সংক্ৰমণ হয়৷ কিন্তু শেহতীয়া ছবিত দেখা গৈছে যে এই ৰোগত ভাৰতত মহিলাৰ মৃত্যুৰ সংখ্যা বেছি৷ যোৱা ২০ মে’ৰ তথ্য মতে পাঁচ বছৰৰ শিশুৰ পৰা বয়স্কৰ মাজত ক’ভিড-১৯ সমানে সংক্ৰমিত
Read More...

উচ্চতম ন্যায়ালয়ৰ ৰায় : সংৰক্ষণ কোনো মৌলিক অধিকাৰ নহয় ।

দৈনন্দিন বাৰ্তা সংৰক্ষণক লৈ তাৎপর্যপূর্ণ ৰায় দিলে দেশৰ উচ্চতম ন্যায়ালয়ে৷ এটা গোচৰৰ সন্দৰ্ভত আদালতে কয় যে সংৰক্ষণ কোনো মৌলিক অধিকাৰ নহয়৷ সেয়ে কোটাৰ সুযোগ নাপালে মৌলিক অধিকাৰ ভংগ বুলি গণ্য কৰা নহ’ব৷ তামিলনাডু চিকিৎসা মহাবিদ্যালয়ত
Read More...

ক’ৰোনা ভাইৰাছ ৰোধত আশাৰ বতৰা জনছন এণ্ড জনছনৰ ।

পৃথিৱীৰ বহু দেশে ক’ৰোনা ভাইৰাছ ৰোধ কৰিবলৈ ঔষধৰ বাবে গৱেষণা কৰি আছে৷ এনে সময়তে মার্কিন সংস্থা জনছন এণ্ড জনছনে দিছে এক আশাৰ বতৰা৷ এই প্ৰতিষ্ঠানটোৰ পৰীক্ষাধীন ক’ভিড প্ৰতিষেধক এতিয়া মানুহৰ শৰীৰত প্ৰয়োগৰ সময় আহিছে বুলি জনাইছে৷ জুলাই মাহৰ
Read More...

ক’ৰোনা ভাইৰাছ সংক্ৰমণ : ব্ৰিটেইনক পিছ পেলাই চতুৰ্থ স্থানত ভাৰত ।

দৈনন্দিন বাৰ্তা দেশত আনলক-১ চলি থকাৰ সময়তে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই অভিলেখ গঢ়িছে৷ কালিলৈকে বিশ্বৰ পঞ্চম স্থানত থকা ভাৰতত আক্ৰান্তৰ সংখ্যাই ব্ৰিটেইনক পিছ পেলাই চতুৰ্থ স্থান দখল কৰিলে৷ বৃহস্পতিবাৰে ভাৰতে পিছ পেলালে ব্ৰিটেইনক৷
Read More...

গোলাপী হৈ পৰিছে হ্ৰদৰ পানী : চিন্তিত পৰিৱেশবিদ, প্রাণী বিজ্ঞানী ।

দৈনন্দিন বাৰ্তা মহাৰাষ্ট্ৰৰ বুলধানা জিলাত অৱস্থিত লোনাৰ হ্ৰদৰ পানীৰ ৰং যোৱা কেইটামান দিনৰ পৰা ৰঙচুৱা গোলাপী হৈ পৰিছে৷ ইয়াকে লৈ স্থানীয় লোকসকল আচৰিত হৈছে৷ পানী ৰং সলনি হোৱাত পৰিৱেশবিদ আৰু প্রাণী বিজ্ঞানীসকল চিন্তিত হৈছে৷ লোনাৰৰ জিলা
Read More...

পাহাৰীয়া এলেকাত ভয়ংকৰ ভাৰতীয় সেনা ।

দৈনন্দিন বাৰ্তা পাহাৰীয়া এলেকাত ভাৰতীয় সেনা সকলোতকৈ ভয়ংকৰ৷ এই কথা কৈছে চীনৰ এক সামৰিক বিশেষজ্ঞই৷ পৃথিৱীৰ সকলোতকৈ অভিজ্ঞ আৰু বৃহৎ মাউণ্টেইন আৰ্মি ভাৰততে আছে বুলি বিশেষজ্ঞজনে স্বীকাৰ কৰে৷ চীনৰ মডাৰ্ণ ৱেপনাৰী নামৰ আলোচনীখনৰ জ্যেষ্ঠ
Read More...

পূৰ্বতকৈ তললৈ নামিল ভাৰতৰ শিক্ষানুষ্ঠানৰ ৰেংকিং ।

দৈনন্দিন বাৰ্তা বিশ্বৰ বিভিন্ন শিক্ষানুষ্ঠানৰ তুলনাত ভাৰতৰ শিক্ষানুষ্ঠানৰ মান তললৈ নামিছে৷ কিউএছ ৱ’ৰ্ল্ড ইউনিভাৰচিটি ৰেংকিঙত তলৰ ফালে আছেগৈ ভাৰতৰ উল্লেখযোগ্য বিশ্ববিদ্যালয়ৰ স্থান৷  * প্ৰতি বছৰে প্ৰকাশ হয় কিউএছ ৱ’ৰ্ল্ড ইউনিভাৰচিটি
Read More...