Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

২ লাখৰ ঘৰ অতিক্ৰম কৰিলে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই : বিশ্বত ক’ৰোনা আক্রান্তৰ তালিকাত…

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ বিশেষজ্ঞসকলে ভাবিছিল যে গৰম পৰিলে ক’ৰোনা ভাইৰাছৰ শক্তি কমিব৷ বহুৱে ভাবিছিল সময়ৰ লগে লগে ক’ৰোনা কমিব আৰু দুৰ্বল হৈ পৰিব ভাইৰাছ৷ কিন্তু  এই কথা মিছাত পৰিণত হৈছে৷ শক্তি কমাৰ কোনো লক্ষণ নাই৷ হাজাৰ হাজাৰ মানুহৰ
Read More...

নৰেন্দ্ৰ মোডীৰ লকেল, কেতিয়া হ’ব ভকেল ?

অংকুৰ বৰুৱা দেশৰ অৰ্দ্ধ সামৰিক বাহিনীৰ কেণ্টিনত থলুৱাভাৱে উৎপাদিত সামগ্ৰী উপলব্ধ কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এই বিষয়ে নিৰ্দেশনা জাৰি কৰিছে৷ আনহাতে দেশৰ গৃহমন্ত্ৰীয়েও এই দিশত
Read More...

চোৰাংচোৱাগিৰি কৰা পাকিস্তানৰ ২ ভিছা বিষয়াক দিল্লীত ধৃত ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদন: ভিছা বিষয়াৰ আলম লৈ চোৰাংচোৱাগিৰি কৰি আহিছে পাকিস্তানী লোকে৷ পূৰ্বতে পোৱা খবৰ মতেই তীক্ষ্ণ দৃষ্টি দি আছিল দিল্লী আৰক্ষীৰ বিশেষ কোষৰ বিষয়া৷ অৱশেষত মিলিল সফলতা৷ ধৰা পৰিল দিল্লীত অৱস্থিত পাকিস্তানী দূতাবাসৰ
Read More...

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সভা । ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম…

দৈনন্দিন বাতা নিজা প্ৰতিবেদন : প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত আয়োজিত সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সহায়তা মূল্য (এমএছপি) বৃদ্ধিৰ অনুমোদন কৰিছে৷ আজি তথ্য আৰু সম্প্রচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে
Read More...

ক’ৰনা ভাইৰাছ : ব্ৰাজিললৈ দুই মিলিয়ন হাইড্ৰক্সিক্লোৰোকুইন প্ৰেৰণ আমেৰিকাৰ

দৈনন্দিন বাতা নিজা প্ৰতিবেদন : ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ আমেৰিকাই দুই মিলিয়ন হাইড্ৰক্সিক্লোৰোকুইন ব্ৰাজিললৈ প্ৰেৰণ কৰিছে৷ মেলেৰিয়া প্ৰতিৰোধী এই ঔষধ জীৱনৰ প্ৰতি ভাবুকি অহাৰ আশংকা থাকে যদিও দুয়োখন চৰকাৰে দেওবাৰে এই কথা কয়৷
Read More...

জি-৭ বৈঠক তিনি মাহ পিছুৱাব বিচাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ।

দৈনন্দিন বাৰ্তা নিজা প্ৰতিবেদনঃ ভাৰত আৰু ৰাছিয়াৰ দৰে দেশবোৰৰ সৈতে উদ্যোগ সমৃদ্ধ দেশবোৰ আমন্ত্ৰণ কৰি আয়োজন কৰিব লগা জি-৭ শীৰ্ষ বৈঠক এইবাৰ জুন মাহৰ পৰা তিনি মাহ পিছুৱাই দিয়াতো বিচাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷ শনিবাৰে তেওঁক
Read More...

মহাৰাষ্ট্ৰত ৰাজহুৱা স্থানত থু পেলোৱা, ধূমপান কৰাত নিষেধাজ্ঞা ।

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা : মাৰাত্মক ক’ৰোনা ভাইৰাছ ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ মহা বিকাশ আগাদি চৰকাৰে ৰাজহুৱা স্থানৰ য’তে ত’তে থু পেলোৱা, ধূমপান কৰা বা নাকেৰে খেকাৰ পেলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
Read More...

পাইলট আক্ৰান্ত ক’ৰোনাত : মাজ আকাশৰ পৰা ঘুৰি আহিল মস্কো অভিমুখী বিমান ।

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা : ককপিটত ক’ৰোনা ভাইৰাছ ৷ পাইলটৰ শৰীৰত পোৱা গ’ল মাৰাত্মক ক’ভিড-১৯ বীজাণু ৷ ফলত আজি মাজ আকাশৰ পৰাই ঘুৰাই আনিবলৈ বাধ্য হ’ল এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ পৰা মস্কো অভিমুখী বিমান ৷ দিনৰ ১২.৩০ বজাত দিল্লী বিমান
Read More...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গোলাঘাট গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকৰ দ্বাৰা গঠিত 'ইকুইনক্স' নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা এখনি ম'বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়। বিশ্বজিৎ পূজাৰী,  চাইদ নেকিব,  শৰৎ চেতিয়া আৰু
Read More...

চমকিত হোৱাইট হাউছ : আধুনিক যুগৰ ‘শ্ৰৱণ কুমাৰ’ক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড…

আধুনিক যুগৰ শ্ৰৱণ কুমাৰ হিচাপে বিশ্বজুৰি চৰ্চা লাভ কৰিছে তেওঁ৷ নাম জ্যোতি কুমাৰী৷ মানসিক শক্তি আৰু অদম্য সাহসৰ এক নতুন পৰিভাষা৷ লকডাউনে জন-জীৱন বিধ্বস্ত কৰাৰ সময়তে এক ইতিবাচক খবৰ হৈ পৰিছে জ্যোতি কুমাৰী। অসুস্থ পিতৃক ১২০০ কিঃমিঃ চাইকেলত
Read More...