Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী কৰ্মচাৰীৰ কাৰণে আগেয়ে এই এপ বাধ্যতামূলক কৰা হৈছিল৷ এইবাৰ বেচৰকাৰী কৰ্মচাৰীৰ
Read More...

মৃত্যুৰ প্ৰচাৰ মিছা প্ৰমাণিত উত্তৰ কোৰিয়াত সাৰ কাৰখানা উদ্বোধন ৰাষ্ট্ৰপতি কিম জং উনৰ

অনলাইন বাৰ্তা, ২ মে’ঃ কিছুদিন ধৰি স্বাস্থ্য লৈ চৰ্চা অব্যাহত থকা উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ মৃত্যু খবৰ মিছা বুলি প্ৰমাণিত হৈছে৷ উল্লেখ্য যে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ অৱস্থা গুৰুতৰ বা মৃত্যু হৈছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ
Read More...

আফ্ৰিকান ছুৱাইন ফ্লুত আক্ৰান্ত অসম, অৰুণাচলৰ গাহৰি জন্তুৰ পৰা মানৱ দেহালৈ নাযায় বিয়পি

অনলাইন বাৰ্তা, 3 মে’ঃ ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লকডাউন অব্যাহত থকাৰ সময়তে অসম আৰু অৰুণাচল প্ৰদেশত সৃষ্টি হৈছে নতুন সমস্যা৷ এই দুয়োখন ৰাজ্যৰ গাহৰি আফ্ৰিকান ছুৱাইন ফ্লু (এএছএফ)ত আক্ৰান্ত হৈছে৷ ইয়াৰ নমুনা দুয়োখন ৰাজ্যই ভূপালৰ
Read More...

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী কৰ্মচাৰীৰ কাৰণে আগেয়ে এই এপ বাধ্যতামূলক কৰা হৈছিল৷ এইবাৰ বেচৰকাৰী কৰ্মচাৰীৰ
Read More...

দিল্লীৰ চিআৰপিএফৰ কেম্পত ক’ৰ’ণাত আক্ৰান্ত ১২২ উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

অনলাইন বাৰ্তা, ২ মে’ঃ দিল্লীৰ ময়ূৰবিহাৰৰ চিআৰপিএফৰ কেম্পত ১২২জন ক’ৰ’ণাত আক্ৰান্ত হৈছে৷ উল্লেখ্য যে ক’ৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে এজন জোৱানৰ মৃত্যু হৈছে৷ তাৰ পাছত এজনক কোৱাৰেণ্টাইনলৈ পঠোৱা হয়৷ ইয়াৰ পাছতো ইয়াত সংক্ৰমণ ৰোধ কৰাত সম্ভৱ নহ’ল এই
Read More...

আমেৰিকাৰ চোৰাংচোৱাই চলালে অনুসন্ধান মানৱ সৃষ্ট নহয় ক’ৰ’ণা ভাইৰাছ

অনলাইন বাৰ্তা, ১ মেঃ চীনৰ উহানৰ পৰীক্ষাগাৰত ক’ৰ’ণা ভাইৰাছ সৃষ্টি হৈছে বুলি আলোচনা হৈছিল৷ এইবাৰ ইয়াক নস্যাৎ কৰিছে স্বয়ং আমেৰিকাৰ চোৰাংচোৱা বিভাগে৷ এই ভাইৰাছ মানৱ সৃষ্ট নহয় বুলি জনাইছে৷ এক বিবৃতিত আমেৰিকাৰ ডিৰেক্টৰ অব নেচনেল ইণ্টেলিজেঞ্চে
Read More...

কেবিনেট মন্ত্ৰীসকলৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰীৰ বিশেষ ৰে’ল চলাচলত অনুমোদন

অনলাইন বাৰ্তা, ১ মে’ঃ বৰ্তমানে অব্যাহত থকা লকডাউন অহা ৩ মে’ত অন্ত পৰাৰ আগমুহূৰ্তত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেবিনেট মন্ত্ৰীসকলৰ সৈতে এক আলোচনা সভাত মিলিত হয়৷ এই সভাত প্ৰব্ৰজন কৰা শ্ৰমিকসকলক নিজৰ গৃহ ৰাজ্যলৈ পঠাবৰ বাবে বিশেষ ৰে’ল
Read More...

৪ মে’ৰ পৰা ১৭ মে’লৈকে ১৪ দিনলৈ পুনৰ বৃদ্ধি লকডাউন কেন্দ্ৰৰ নতুন নিৰ্দেশনা জাৰি

অনলাইন বাৰ্তা, ১ মে’ঃ পুনৰ বৃদ্ধি কৰিলে লকডাউনৰ ম্যাদ৷ তৃতীয় পৰ্যায়ৰ লকডাউন ১৪ দিনৰ বাবে অৰ্থাৎ ১৭ মে’লৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ দেশত যিদৰে ক’ভিড-১৯ সংক্ৰমণ হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি বিপর্যয় মোকাবিলা আইন,
Read More...

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত নতুন ফেছন বুলি ভাবি ল’ব লাগে সামাজিক দূৰত্ব আৰু মাস্ক…

অনলাইন বাৰ্তা, ১ মে’ঃ সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰক নতুন ফেছন বুলি ভাবি ল’ব লাগে৷ এই কথা কৈছে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে৷ বিষয়াজনৰ বক্তব্য, অৰ্থনৈতিক কামকাজ আৰমডা° কৰাৰ প্ৰয়োজন৷ ক’ৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ দেশত
Read More...