ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Novel:অমিলতা টায়ে মিলিৰ নতুন উপন্যাস ‘দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল’

অসমৰ বিভিন্ন কাকত আলোচনীত কবিতা প্ৰকাশ পোৱা অমিলতা টায়ে মিলিক আমি এগৰাকী কবি বুলি জানি আহিছিলো, যদিও শেহতীয়াভাৱে অমিলতা টায়ে মিলিৰ এখন উপন্যাস(Novel) পঢ়ি পুলকিত হ'লো। 'দুষ্মন্তৰ আঙঠিটো নিপিন্ধাকৈ থাকি গ’ল' উপন্যাসখনৰ নামেই পাঠকক আকৰ্ষণ কৰিব৷

Canadian Amphibious Plane: ব্ৰহ্মপুত্ৰৰ বুকুত চলিল কানাডাৰ ‘উভচৰী বিমান’

গুৱাহাটী, ১৫ নৱেম্বৰঃ মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত আজি আয়োজিত পৰীক্ষামূলক 'উভচৰী বিমান'(Canadian Amphibious Plane) চিপ্লেনৰ(Seaplane) উৰণ প্ৰদৰ্শনীত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে।

Delhi Pollution: ডিজেল বাহন বন্ধ, বিদ্যালয় বন্ধ! দিল্লীত প্ৰদূষণে ভয়াবহ অৱস্থা, AQI য়ে অতিক্ৰম কৰিলে ৪৫০

দিনক দিনে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। ডিজেল বাহন বন্ধ, বিদ্যালয় বন্ধ। দিল্লীত প্ৰদূষণৰ জৰুৰীকালীন অৱস্থা, AQI য়ে অতিক্ৰম কৰিলে ৪৫০; আজিৰ পৰা প্ৰযোজ্য নতুন নিয়ম।(Delhi Pollution)

Delhi Weather: দিল্লীত ভয়ংকৰ প্ৰদূষণ, বিদ্যালয় বন্ধ কৰাৰ দাবী

দিল্লী-এনচিআৰ কুঁৱলীৰে আবৃত, ৩৫০ পাৰ হ’ল AQI, কিছুমান চহৰত ঠাণ্ডা, ৰ’দ নাই। বিদ্যালয় বন্ধ কৰাৰ দাবী।(Delhi Weather)

Booker Prize 2024: ব্ৰিটিছ লেখিকা সামান্থা হাৰ্ভিলৈ ‘অৰ্বিটেল’ উপন্যাসৰ বাবে ২০২৪ বৰ্ষৰ বুকাৰ বঁটা

অৱশেষত ঘোষণা কৰা হ'ল ২০২৪ বৰ্ষৰ বুকাৰ বঁটা(Booker Prize 2024)। এইবেলি ব্ৰিটিছ লেখিকা সামান্থা হাৰ্ভিয়ে(Samantha Harvey) ২০২৪ চনৰ বুকাৰ বঁটা লাভ কৰিছে৷

Popular