ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

দুৰ্নীতিৰ অভিযোগ : গান্ধী পৰিয়ালৰ ৩ ট্ৰাষ্টৰ বিৰুদ্ধে তদন্ত কমিটী গঠন কেন্দ্ৰৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : লাডাখ, ক’ৰোনা আৰু পেট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ত্ৰিমূখী আক্ৰমণৰ মাজতে কংগ্ৰেছ তথা গান্ধী পৰিয়ালৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ লৈছে কেন্দ্ৰই ৷ ছোনীয়া গান্ধী...

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ক’লে, “ঐশ্বৰিক ক্ষমতা আছে মোডীৰ” ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভগৱানৰ বৰ নৰেন্দ্ৰ মোডী ৷ আগতে মোডীক প্ৰশংসা কৰি এই মন্তব্য দিছিল মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷ এইবাৰ তাতকৈ...

ক’ৰোনাই হাথিয়াৰ : চিবিএছইৰ পাঠ্যক্ৰম হ্ৰাসৰ নামত বাদ পৰিল ধর্মনিৰপেক্ষতা, খাদ্য সুৰক্ষা অধ্যায় ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা স্থবিৰ হৈ পৰিল৷ বাতিল হ’ল বহু পৰীক্ষা ৷ এই পৰিস্থিতিত শিক্ষাৰ্থীৰ ওপৰত চাপ কমাবৰ বাবে পাঠ্যক্ৰম...

আগন্তুক শিক্ষাবৰ্ষত ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস চিবিএছইৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : অহা ২০২০–২১ বৰ্ষৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ৩০ শতাংশ কমাইছে চিবিএছইয়ে ৷ মঙলবাৰে এই কথা ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা...

ভাৰত-চীন সীমান্তত ৩ খন দলং নিৰ্মাণ সীমান্ত পথ সংগঠনৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিৰ্মাণ কৰি থকা প্ৰকল্পবোৰৰ বিষয়ে সীমান্ত পথ সংগঠনৰ মুখ্য লেফটেনেণ্ট জেনেৰেল হৰপাল সিং আৰু অন্যান্য জ্যেষ্ঠ...

Popular