ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

২৭ জুলাইত পাবহি ছখন যুদ্ধ বিমান ৰাফেল ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : লাডাখত সংঘৰ্ষ হোৱাৰ সময়তে ভাৰতলৈ প্ৰথম যুদ্ধ বিমান আহিব ৷ জুলাই মাহৰ শেষৰ ফালে পূৰ্ণ অস্ত্ৰসম্ভাৰসহ ছখন ৰাফেল বিমান ভাৰতীয়...

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী ।

দৈনন্দিন বাৰ্তা ডেস্ক: ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী৷ ঢাকাৰ সন্মিলিত সামৰিক চিকিৎসালয়ত সোমবাৰে পুৱা ৯.৩০ বজাত তেওঁৰ মৃত্যু...

দাম কমিছে পেট্ৰল-ডিজেলৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক: দাম কমিছে পেট্ৰল আৰু ডিজেলৰ৷ ২১ দিন ধৰি দাম বাঢ়ি থকাৰ পাছত দাম কমিল৷ দেশৰ মেট্ৰো চহৰবোৰৰ ভিতৰত দেওবাৰৰ দিনটোত কলকাতাত শনিবাৰৰ...

এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাৰ মতামত : এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু কম ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন : এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু কম ৷ এই কথা কৈছে এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাই৷ তেওঁ...

সমগ্ৰ বিশ্বতে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১ কোটি অতিক্ৰম : ভাৰতত ৬২২৭৮০২ জনৰ নমুনা পৰীক্ষা ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক :সমগ্ৰ বিশ্বতে ক’ৰোনা সংক্ৰমণ এক কোটি অতিক্ৰম কৰিলে ৷ শনিবাৰে এই সংখ্যা অতিক্ৰম কৰে ৷ ইয়াৰ লগতে মৃত্যুৰ সংখ্যা ৫ লাখ...

Popular